Artists :Dr J,ManoramAlbum: Sounds of Dr JGenre :Melody1041 PlaysMusic: Dr JTune: ManoramDeepLyricist: ManoramDeepComposition: ManoramDeep and Dr JCopyright © Dr JLyricsউজাগৰে । বাগৰে মোৰনিশা।তোমাৰ স্মৃতিতখামুচি মোৰতৃশা।এলাগী হোৱাঅকলশৰীয়ানিসংগ হেঁপাহউভতি আহা।চিনাকি ক্ষণৰঅচিনা ফাটনমনা প্ৰেমৰবিচাৰি আঁত।খেদি ফুৰো আজিওতোমাৰ পৰিধিক'তেনো বিলীনৰচিবলৈ খোজা কবিতা এফাকিচন্দহিন।উশাহ খৰ্খোজ্ত ভাগৰআশা।পাহাৰ শিখৰনিচলা কাতৰ্চহা।উচুপী কলোবতাহ যাককযাবিগৈ ভৈয়ামজাছিবি মৰম।উজাৰি দিলোগোমোঠা অভিমান ।উভতি আহাউভতি আহা।তোমাতে উচলাকবিতা ৰচনাঅন্তহীন।দিগন্তয় আৱৰাবেলিতিৰ লালিমাকাব্যহীন।