Bhalpowa Nohole
Similar songs
Ami Jagibor Hol
Sanjit Ray03:07
Jumi Jumi
Alankrita Baruah03:29
Anubhabi Xondhya
BHK Bhaskar,Abhinav04:05
Onuragi Mon
Arunav Barman04:17
Khuli Thua Khiriki
Jonaki Mon03:04
Ardha Xotika
Nilakshi Sarma Bhattacharyya04:48
Kesa Kolija
Neel Akash,Nilav Nita3:46
Ki Janu
Tulika Das05:20
Barixhare Boroxun
Farid Hussain,Tarali Sarmah03:52
Chori Chori
Rag Anil Baruah04:35
Similar Songs
Ami Jagibor Hol
Sanjit Ray
Jumi Jumi
Alankrita Baruah
Anubhabi Xondhya
BHK Bhaskar,Abhinav
Onuragi Mon
Arunav Barman
Khuli Thua Khiriki
Jonaki Mon
Ardha Xotika
Nilakshi Sarma Bhattacharyya
Kesa Kolija
Neel Akash,Nilav Nita
Ki Janu
Tulika Das
Barixhare Boroxun
Farid Hussain,Tarali Sarmah
Chori Chori
Rag Anil Baruah
About song
0 Plays
Singer: Debajit Raikarmakar
Music: Debajit RaiKarmakar
Tune: Debajit Raikarmakar
Lyricist: Subhajit Raikarmakar
Composition: Debajit Raikarmakar
Mixing: Abhijit Raikarmakar
Mastering: Abhijit Raikarmakar
Copyright © Deep Starglance Music Record
Lyrics
ভালপোৱা ন'হলে নাচাবা চকুলে
এটি মন কিয় ভাঙা নিৰৱে নিৰলে
এন্ধাৰও নামি আহে সপোন ৰঙতে
জোনাকও ভাহি উঠে সাগৰ বুকুতে
এটুপি সোঁৱৰণী যোৱা নাই আজিও সৰি
ভাবনাত হৃদয় চুমি গ'লা দিঠকত এৰি
যদিওবা নামাতে আজি অতীতৰ ৰাগে
তথাপি যে বেৰঙীন কিয়নো মন লাগে
সময়ৰ কিছু মিঠা পল যেন প্রেমৰ কাহিনী
হৃদয়তে জাগে নীল অনুৰাগৰ ৰাগিনী
অভিনৱ সেই অধৰ সেই দুচকু যেন
সোঁৱৰণী হৈ নামে প্রতি উশাহে যেন
কাক লোৱা সাবটি যদি ভয় লাগে তোমাৰ
কোনে দুচকুৰ পাহিত লিখে মৰমও তোমাৰ
বহু পল লিখিছিলো দুয়ো একেলগে
আজি দুবাহু নিজৰ উকা উকা লাগে
নিৰিহ মনৰ পখী যদি কাঁইটে খুঁচি যায়
তিলে তিলে বাছিও সি তো এনেই মৰি যায়
নিলামত আজি সপোন তুমি গ'লা আঁতৰি
ফাটি যোৱা চিলাখন উৰুৱাব নোৱাৰি
এৰি অহা দিনবোৰৰ পাত লুটিয়াই চাও
শীতৰে সেই গধূলিক জানো কিবা ভালপাও
উভতি ভাবিলেই উঠে মন উচুপি
বিষাদৰে ৰং সানে স্মৃতিৰ সেই ছবি
ভালপোৱা ন'হলে নাচাবা চকুলে
এটি মন কিয় ভাঙা নিৰৱে নিৰলে
