Artist :Samir Sinmoy
Genre :Bihu
297 Plays
Author : Samir Sinmoy
Composer : Samir Sinmoy
Music Director : Samir Sinmoy
Mix & Mastering : Akash Pritom
Copyright © Apon Records
Lyrics
অ' হেৰ' ভানুমতী
শুনিছনে কথাটি
তোৰ পুৰণি প্ৰেমিকবোৰে
পাতিলে বিয়াখনি
দৰা বাছি থাকোতেই
বয়স যাব বাগৰি
তেতিয়া গাঁৱৰ ডেকাই
মাতিব পেহী বুলি
মাতিব পেহী বুলি তোক
ঐ সৰু হৈ আছিলো ঐ জান
ক্লাছ six ত পঢ়োঁতে
তোকে চাই আছিলো ঐ জান
খিৰীকি ৰে ফাকেঁৰে
তেতিয়াৰ টিপচি ঐ জান
হলিনো বৰ এজনী
বেকা চাৱঁনিৰে ঐ জান
কলিজা খুলি খালি
মিঠা মিঠা কথাৰে
খেল হিয়াৰ হেতালি
ইটো আহে সিটো যায়
দুদিনো যে নিতিকে
দুদিনো যে নিতিকে কিয়?
ভানুমতীৰ প্ৰেমতে
দাদা সকল ফচিঁছে
নবৌহঁতে তাকে লৈ
বিমোৰতে মৰিছে
এ কথাতে কয় বোলে
ছোৱালী কুৰিতে হয়ে বুঢ়ী
গুৰু গোসাঁই একোকে
তই নমনা হ'লি
এ লাহি কঁকাল ভাঙি
ডেকা বুঢ়াক পগলা তই কৰিলি
মিছাতে প্ৰেমৰ জালত ফঁচালি
নিজকে ভাৱ চাগে হেমামালিনি
শুন হেৰ' ভানুমতী
আগৰ কথা মাৰ গুলি
ল' মোকে তই আদৰি
ৰাখিমে ৰাণী কৰি
ৰাখিমে ৰাণী কৰি তোক