Baahi by xomoy

Rename playlist

Bhul Koru, Listen the songs of  Bhul Koru, Play the songs of Bhul Koru, Download the songs of Bhul Koru

Bhul Koru

Similar Songs

Pressure, Listen the song Pressure, Play the song Pressure, Download the song Pressure

Pressure

Badnem

Stobdho Prithibi, Listen the song Stobdho Prithibi, Play the song Stobdho Prithibi, Download the song Stobdho Prithibi

Stobdho Prithibi

Pranab Krishnatreya,Ritrisha Sarmah

Dhou, Listen the song Dhou, Play the song Dhou, Download the song Dhou

Dhou

Breezu Saikia

Oxoijyokor, Listen the song Oxoijyokor, Play the song Oxoijyokor, Download the song Oxoijyokor

Oxoijyokor

Zin

Dekhte Jao, Listen the song Dekhte Jao, Play the song Dekhte Jao, Download the song Dekhte Jao

Dekhte Jao

Official Tj

King, Listen the song King, Play the song King, Download the song King

King

Irfan Aly

Zazabor, Listen the song Zazabor, Play the song Zazabor, Download the song Zazabor

Zazabor

Nesel

Bhobar Dore, Listen the song Bhobar Dore, Play the song Bhobar Dore, Download the song Bhobar Dore

Bhobar Dore

Pranamika Bordoloi

Fokotiya Rappers, Listen the song Fokotiya Rappers, Play the song Fokotiya Rappers, Download the song Fokotiya Rappers

Fokotiya Rappers

Rock-B

Fagwla Jabai, Listen the song Fagwla Jabai, Play the song Fagwla Jabai, Download the song Fagwla Jabai

Fagwla Jabai

Ansu Sina Swargiary,Nitamoni Boro

About song

Artists :D VIBE$
Album: Bhul Koru
Genre :Hip Hop
0 Plays
Music: Jvryo
Tune: Rich Key Beats
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS

Lyrics

বাৰে বাৰে
মই ভুল কৰোঁ (ভুল কৰোঁ)
মই ভুল কৰোঁ
Jvryo this is great…
(ভুল কৰোঁ)

মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই পৰিযাওঁ to the floor কোনো নাহে (কোনো নাহে)
Life saver বুলি কবলে নাছিলে (নাছিলে)
I was high in my pain burry সকলোতে (সকলোতে)
দেউতাই কৈছিলে নাজাবি দুৰলে

আজিতো মইজে আছোঁ বহু দূৰ (বহু দূৰ)
কথা মোৰ লৰালিৰে মই আছিলোঁ good (yeah, yeah)
কিছুমান সপোন লৈ মই ৰাওনা to the moon (to the moon)
Pray কৰি আছোঁ যাতে মই ঘুৰি আহো (আহো)

নাই আজি ঘৰ মোৰ নাই আজি ঠিকনা
মই হলো মুক্ত মোৰ নাই বেদনা
মই মোক ভালপাও নহয় কথা সঁচা
নিজকে মাৰিছো আৰু নাই পৰা

জীৱনত turning point's আহি আছে (yeah)
মই সাহসী মোৰ ভয় নেলাগে (নেলাগে)
তথাপিও চিন্তা মোৰ যে আগতে (আগতে)
আৰু মোৰ মণেও কথাবোৰ নুশুনে (নুশুনে)

হওঁফালৰ পৰা ঢৌ আহিছে (আহিছে)
লগতে মোক উটুৱাই নিছে (নিছে)
হওঁফালৰ পৰা ঢৌ আহিছে (আহিছে)
লগতে মোক উটুৱাই নিছে (নিছে)
(yeah) x4

বাৰে বাৰে (yeah)
মই ভুল কৰোঁ (ভুল কৰোঁ)
মই ভুল কৰোঁ (ভুল কৰোঁ)

মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই বাৰে বাৰে যে এটাই ভুল কৰোঁ (yeah)
মই পৰিযাওঁ to the floor কোনো নাহে (কোনো নাহে)
Life saver বুলি কবলে নাছিলে (নাছিলে)
I was high in my pain burry সকলোতে (সকলোতে)
দেউতাই কৈছিলে নাজাবি দুৰলে

অতীতৰ কথায়ে কৰাই মোক মনতে (মনতে)
মই নাই পোৱা যে মোক বিচাৰিয়েই (বিচাৰিয়েই)
মোৰ কথা মোৰ মনৰ মাজত থাকে (মাজত থাকে)
সৰু মোৰ পৃথিৱী মোৰ মাজতে (মোৰ মাজতে)
(humming)…….