Bohage Oi
Similar songs
Bohage Aahi Jen
Luna Sonowal05:15
03:16
Akha (Monor Kotha)
Mc Ikram02:20
Uka Uka
Tara Sankar05:20
Last Word
Sharat Gogoi03:21
Paridhi Bhangi
Joi Barua05:04
Lahori
Zubeen Garg04:16
05:29
O Juli
Sonit Sankar04:29
Xopune Aji Tumake Matise - (Pincool Remix)
Jitrz,Anannya Choudhury04:19
Similar Songs
Bohage Aahi Jen
Luna Sonowal
Ko
Achurjya Borpatra
Akha (Monor Kotha)
Mc Ikram
Uka Uka
Tara Sankar
Last Word
Sharat Gogoi
Paridhi Bhangi
Joi Barua
Lahori
Zubeen Garg
Husiyar
Pranamika Goswami,Chandan Das,Pranjal Parash,Subasana Dutta
O Juli
Sonit Sankar
Xopune Aji Tumake Matise - (Pincool Remix)
Jitrz,Anannya Choudhury
About song
Genre :Bihu
468 Plays
Music: ByztTheBot
Composition: Amar Sivam
Lyricist: Shobhangkar
Copyright © Amar Sivam
Lyrics
বিহুতে ঐ যতৰত আই
মহুৰা পণতে লগাই
অতি যে আদৰৰ গামোচাখন
পাই ঐ বিহুতে ঐ মন ভৰি যায়
তাতঁৰ ঐ শাল লগাই
গামোচাত ফুল বাচিচনে নাই
বিহুতে পেপাৰ মাতে ঐ
মন প্রাণ যেন জুৰায়
চতৰে ঐ বতাহে জাক
মনতে কিযে বিহুৰ নাম
বহাগে ঐ পালে যেন
গছৰে পাতযেন সলালে আন
বহাগ ঐ পালেহি ঐ
খবৰ আছেনে নাই
চেনেহী ঐ পালেহি ঐ
বিহুৱান ৰাখিছোঁ নে নাই
চতৰে ঐ বতাহে জাক
মনতে কিযে বিহুৰ নাম
বহাগে ঐ পালে যেন
গছৰে পাতযেন সলালে আন
ৰঙালীৰে ঐ নাচনীৰ নাচ
মনতে কিযে ঢোলৰে মাত
বহাগে ঐ পালে যেন
চৌদিশে বিহু লাগিছে গাত…
Music... (Drop)
হে হে বিহুতে ঐ,
উম তোমাকে পাই
মৰমে যেন তোমালে উপচি যায়
ককালৰ ভাজত তোমাকে বিহুতে চাই
মনে যেন মোৰ ঢুলীয়া হৈ যায়
হে ৰঙীলি ঐ পমিলি
খোপাত কপৌফুল গুজিলিনে নাই
ঐ কোমলকৈ তোৰ দুহাততে
জেতুকা ৰং বোলালিনে নাই
মূগা ৰিহা মেখেলাসাজ পিন্ধি
বলা বিহু মাৰিবলে যাও…
চতৰে ঐ বতাহে জাক
মনতে কিযে বিহুৰ নাম
বহাগে ঐ পালে যেন
গছৰে পাতযেন সলালে আন
বহাগ ঐ পালেহি ঐ
খবৰ আছেনে নাই
চেনেহী ঐ পালেহি ঐ
বিহুৱান ৰাখিছোঁ নে নাই
চতৰে ঐ বতাহে জাক
মনতে কিযে বিহুৰ নাম
বহাগে ঐ পালে যেন
গছৰে পাতযেন সলালে আন
ৰঙালীৰে ঐ নাচনীৰ নাচ
মনতে কিযে হুঁচৰিৰ মাত
বহাগে ঐ পালে যেন
বিহু বিহু ঐ লাগিছে গাত…
Music... (Drop)