Criminal
Similar songs
Saporidem Romnigmil
Sarbeswar Kardong05:26
Jibontu Horu
D VIBE$03:19
Bhonti Tumi Mur
Palash Tamuli03:54
Bodo Suwali
Shonasri Daimary04:36
The Baba Song
Dhananjoy Saha03:31
Aai Loi Pronam
Chinmoy New Breed04:11
Jontrona Bhora Prithibi
Bikash Das04:20
Porisoy (intro)
D VIBE$02:00
Xantona
Ullash03:11
Deleted 4
Shravann02:48
Similar Songs
Saporidem Romnigmil
Sarbeswar Kardong
Jibontu Horu
D VIBE$
Bhonti Tumi Mur
Palash Tamuli
Bodo Suwali
Shonasri Daimary
The Baba Song
Dhananjoy Saha
Aai Loi Pronam
Chinmoy New Breed
Jontrona Bhora Prithibi
Bikash Das
Porisoy (intro)
D VIBE$
Xantona
Ullash
Deleted 4
Shravann
About song
Album: Criminal
Genre :Hip Hop
4 Plays
Music: Starbxy
Tune: Starbxy
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS
Lyrics
Starbxy made it
আবদ্ধ আছিলোঁ মই যেন criminal (criminal)
পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health)
Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ)
নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই)
আবদ্ধ আছিলোঁ মই যেন criminal (criminal)
পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health)
Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ)
নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই)
নকৰোঁ face মই reality cuz it's tough হয়
Only এটাই আছে way যিটো নেকি fast হয়
Cold weather, high fever জানো এইটো ভাল হয়
Love over Life, এইটো এটা mistake হয় (bitch)
মই নকৰোঁ no more mistake
এটাই chance can't miss that
মই হলোঁ keeper, I know that
ৰখিব নোৱাৰোঁ, I'm late
মোৰ যাত্ৰা আৰম্ভণি হলে (yeah)
লগতে মোৰ কোনো নাছিলে
আছিলে মাথোঁ মোৰ believe, কৰিম সকলো
Feel like, feel like, I'm a trapboi (yeah)
Feel like, feel like, মই যে lost হয় (oww)
Feel like, feel like, নাই emotions (yeah)
Feel feel, feel like, মইটো higher (oww)
আবদ্ধ আছিলোঁ মই যেন criminal (criminal)
পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health)
Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ)
নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই)
আবদ্ধ আছিলোঁ মই যেন criminal (criminal)
পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health)
Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ)
নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই)
ভয় কি হয় আগতে মোৰ লাগিছিলে (yeah x3)
Habit হৈ গল এতিয়া মোৰ easy লাগে (লাগে)
এন্ধাৰ এই ৰাতি বুকুখন মোৰ কপিছে
Devil এ আজি মোক লব আহিছে (আহিছে)
No টো কবলে মই নোৱাৰোঁ ইমানেই ভাল মই (yeah x2)
কৈছিলে soul লাগে দিব নোৱাৰোঁ মই
আকিছোঁ lines নকৰোঁ কেতিয়াও cross মই
I rather lose you, যাতে সকলো ঠিক থাকে
ঠিক নাই আজি একোৱেই পৃথিৱীত (পৃথিৱীত)
মানুহবোৰেই হল সাপ and it's reality (reality)
I don't care কোন real কোন fake হয়
মই কৰোঁ distance maintain happily
আবদ্ধ আছিলোঁ মই যেন criminal (criminal)
পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health)
Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ)
নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই)
আবদ্ধ আছিলোঁ মই যেন criminal (criminal)
পৰিস্থিতিয়ে কৰিছে বেয়া mental health (mental health)
Zero ৰ পৰাই মই কৰিছোঁ আৰম্ভ (আৰম্ভ)
নাই ভয় মোৰ হেৰাবলে একোৱেই (একোৱেই)
Feel like, feel like, I'm a trapboi
Feel like, feel like, মই যে lost হয়
Feel like, feel like, নাই emotions
Feel feel, feel like, মইটো higher…