Dehaamai
Similar songs
Tate Bhale Kori
Zubeen Garg05:17
Bohagor mon
Durlav Aditya,Panikhipriya Neog04:04
04:28
Sana Aapa
Uddipta Kumar Bhattacharyya00:59
Kobo Je Nowarilu Tumak
DIPANKAR BASUMATARY04:37
04:35
04:59
Oi Nasoni
Nj Moran,Priyanka Moran06:34
Axomiya Suali
Trishna Baruah,Nikhita Boro03:22
Jadobo He
Babu03:43
Similar Songs
Tate Bhale Kori
Zubeen Garg
Bohagor mon
Durlav Aditya,Panikhipriya Neog
Dehamai
Bikash Gogoi,Apurba Jyoti Mohan
Sana Aapa
Uddipta Kumar Bhattacharyya
Kobo Je Nowarilu Tumak
DIPANKAR BASUMATARY
Joubon
Krishnamoni Nath,Sonmoni Bora,Rimly Sharma Bora
Radhika
Kakumoni Saikia,Dharitri Sharma
Oi Nasoni
Nj Moran,Priyanka Moran
Axomiya Suali
Trishna Baruah,Nikhita Boro
Jadobo He
Babu
About song
Album: Barhamthuri
Genre :Bihu
79 Plays
Music Director:Bikash Gogoi
Tune: ApurbJyoti Mohan
Lyricist: Apurbajyoti Mohan
Composition: Bikash and Apurba
Copyright © Bikash Music Sation
Lyrics
অ' দেহামাই মাখিয়তী ফুলিলে
অ' দেহামাই থেকেৰা টেঙা সৰিলে
অ' দেহামাই কণবিলাহী পকি সৰি
তুলতুলীয়া হ'ল,
অ' দেহামাই আমলৈয়ে(আমলড়ি) বাঁহ সাজিলে
অ' দেহামাই মতা ভেকুলীয়ে কান্দিলে
অ' দেহামাই ঢেঁকীৰ শালতে চিৰা-পিঠা খুন্দিবৰে হ'ল ।
ঢোলে লগাই মাত
পেপাই লগাই মাত
ঢোলে লগাই মাত
পেপাই লগাই মাত
অ' দেহামাই,বিহু বিহু বিহু বিহু বিহু লাগে গাত
অ' দেহামাই, নাচো নাচো নাচো নাচো নাচে লাগে গাত ।
হাই হাই অ'
পথাৰৰ শুৱনি সোণালী ধাননি
সোণালী ধাননি
যৌৱনৰ শুৱনি তই ,
হাই হাই অ'
নচুৱাই থাকিলে
নেলাগে আমনি,নধৰে টোপনি
পলুৱাই তোক নিবৰে
পলুৱাই তোক নিবৰে মন ।
ঢোলে লগাই মাত
পেপাই লগাই মাত
ঢোলে লগাই মাত
পেপাই লগাই মাত
অ' দেহামাই , বিহু বিহু বিহু বিহু বিহু লাগে গাত
অ' দেহামাই, নাচো নাচো নাচো নাচো নাচো লাগে গাত ।
চেনেহীৰে বিহুৱান অতিকৈ ঐ মূল্যৱান
অতিকৈ ঐ মূল্যৱান
তাতেই হেনো লুকাই থাকে
মৰম আৰু অভিমান,
তাতোতকৈ হ'বি ভাগ্যৱান
যদিহে বুজে মৰমৰ মান
যদিহে বুজে মৰমৰ মান
চেনেহীৰে মৰমনো পাই
গুচিব তোৰ আহুকাল ,
শুনিছনে নাই
বুজিছনে নাই
শুনিছনে নাই
বুজিছনে নাই
ধেমালিহে কৰিছোঁ আমি নধৰিবি দায়
অ' দেহামাই,
বিহু বুলি গালো এফাকি নধৰিবি দায়,
অ' দেহামাই, বিহু বিহু বিহু বিহু বিহু লাগে গাত,
অ' দেহামাই, নাচো নাচো নাচো নাচো নাচো লাগে গাত
অ' দেহামাই, নাচো নাচো নাচো নাচো নাচো লাগে গাত ।
বিহু মোৰ আপোন অ' ঐ
বাপুতি সাহোন অ'
অহা নাই বিদেশৰ পৰা,
বিহুৰে কঠিয়া অ' ঐ
হিঁয়াতে গজিলে অ'
জনম লভিবৰে পৰা ।