Artist :Deepshikha Bora
Genre :Romantic
4.39K Plays
Music Director: Rex Boro Lyricist: Deepshikha Bora Composition: Rex Boro,Deepshikha Bora
Copyright © stereomusic
Lyrics
দূৰে দূৰে ৰ'লে যদি মৰম কমি যায় অ... কাষতে ল'ম বহাই তোকে সদায় থাকিম চাই অ ... তই ক'লে দিনতে তই ক'লে ৰাতিতে তই ক'লে গধূলি তই ক'লে পুৱাতে ঢপলিয়াই আহিম অ ... তোৰে কাষলে জান ঐ ... লাহে লাহে মৰমে ধৰিছেহি সাৱতি উশাহবোৰো চিনাকি তই আহিছ কিজানি আষে পাষে থাকিবি বিচাৰিলেই পোৱাকে চকুৰ আঁতৰ নহবি এচুমা নিদিয়াকে

Tumar Sukujurile Saai

Moina Kun Bidhatai

Shiva Shiva

Raghunandana

Satya Juge
