Artist :Gitanjali Das
Genre :Modern
7.89K Plays
Music Director: Ujjwal Aarong
Tune: Ramen Danah
Lyricist: Ramen Danah
Composition: Ramen Danah
Copyright © SongGeet
Lyrics
হে মই লং ঘনে ঘনে তোৰে নাম জান চিঞৰি চিঞৰি
মই কং মই তোকে ভালে পাং কথা ক’লোং চিধা চিধি
হে মই লং ঘনে ঘনে তোৰে নাম জান চিঞৰি চিঞৰি
মই কং মই তোকে ভালে পাং কথা ক’লোং চিধা চিধি
তোৰ প্ৰেমত ঘপককৈ পিচলি এহে পৰিলো বুলি
সেইবুলি নহং মই ৰচকী এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী
মন খুলি খুলি পাতিবলে কথা মন জাগে তোৰে লগত
থৰ লাগি লাগি দুচকুলে চায়
মৰম লগাই লগাই ভালপোৱা জগাই কোনোবা এপাকত
তই ল’লি ল’লি কলিজাতে ঠাই
তোৰ প্ৰেমত ঘপককৈ পিচলি এহে পৰিলো বুলি
সেইবুলি নহং মই ৰচকী এহে প্ৰেমতে পাগলী….
নহং নহং ওহোঁ নহং দুষ্ট ছোৱালী
মই দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী…. নহং দুষ্ট ছোৱালী
হে ৰূপে তিলোত্তমা… নহলোং যেনিবা
তাকে বুলি ময়ো নহয়… তেনেই পৰি মৰা
সলনা সলনি কৰি চালে হিয়া
বুজি পাবি ভালেকৈ মই কেনেকুৱা
তোৰ প্ৰেমত ঘপককৈ পিচলি এহে পৰিলো বুলি
সেইবুলি মই নহং ৰচকী এহে প্ৰেমতে পাগলী
নহং নহং নেভাবিবি দুষ্ট ছোৱালী
মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী মোক দুষ্ট ছোৱালী….
দুষ্ট ছোৱালী মই নহং দুষ্ট ছোৱালী
দুষ্ট ছোৱালী নহং দুষ্ট ছোৱালী
দুষ্ট ছোৱালী ওহোঁ দুষ্ট ছোৱালী