Artists :Abinash Gayan,Nabajyoti Sonowal,Pankaj PuNKGenre :Pop43 PlaysVocal's - Abinash Gayan & Nabajyoti SonowalFeaturing - Pankaj PuNKMusic, Mix & Master - Pankaj PuNKLyrics & Compose - Sarnd, Abinash & Pankaj PuNKRecording Desk - Dany SonowalCopyright © Youth Entirety ProductionLyricsমোৰ কবিতাৰে তুমিয়েই টো সুৰ তুমিয়েই গুনগুন তুমি মোৰ আপোন থাকিবা মোৰ হৃদয়ত লুকা - ভাকু খেলিদেখা দিবা তুলি লাজৰে ওৰণিতোমাৰ হাঁহি অভিমানী তুমি যেন পুৱাৰে ৰ'দালি দিবানে মোক মৰমেৰে ভালপোৱাৰে সহাঁৰিতোমাৰ হাঁহি ইমান অভিমানী বুকুত বোৱালা প্ৰেমৰ নদী খনিকেনেকৈ বুজাওঁ তোমালে কিমান যে মৰম মোৰদুবাহুত থাকিবা নকবা যামেগৈ দূৰ দূৰ ।