Ekhomoyot
Similar songs
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy03:08
BEETAL
Badnem03:33
Fagun Thanglaibai
Nikita Boro03:57
Kyun
AASHU,Sllice02:49
Saunni Fwthar
Nnipon Basumatary04:39
GANGSIGN
Z.E.N.G,RAZZA,SPADE03:34
Abeg
A.Vibe03:39
Ondhokar
SimranJeet X03:38
Vul !
Zin03:16
Ene Lage
D VIBE$03:06
Similar Songs
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy
BEETAL
Badnem
Fagun Thanglaibai
Nikita Boro
Kyun
AASHU,Sllice
Saunni Fwthar
Nnipon Basumatary
GANGSIGN
Z.E.N.G,RAZZA,SPADE
Abeg
A.Vibe
Ondhokar
SimranJeet X
Vul !
Zin
Ene Lage
D VIBE$
About song
Album: Ekhomoyot
Genre :Hip Hop
1 Plays
Music: Young K9
Tune: Rich Key Beats, Starbxy
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS
Lyrics
K9….
যদি নাইকিয়া হৈ যাও মই…
যদি নাইকিয়া হৈ যাও তুমি বাৰু কৰিবানে miss মোক
(কৰিবানে miss মোক)
যদি দিঠকতে সপোনৰ কাহিনী বোৰ ৰচি দিও মই তোমাৰ বাবে
সাতোৰঙী ৰামধেনুৰ পোহৰ হেন তোমাৰ চকুতেই
(তোমাৰ চকুতেই)
হব মন আছে বিলীন ৰাতিৰ এই আকাশতেই ন,
(আকাশতেই ন)
বিচাৰিছিলো এসময়ত (এসময়ত)
ঠিকনা তাইৰ ঘৰৰ (তাইৰ ঘৰৰ)
I’m too fast গৈ আছো feel like (I feel like)
মই যে বহুত tired হৈয় (why)
But তাইৰ বাবে everything is fair হয় (fair হয়)
Going hard even I know মই dead হয় (dead হয়)
নলগা যেন পালো তাইৰ presence বোৰ (presence বোৰ)
Life ৰ কাহিনীতে তুমি fakeness দেখালা (কিয়)
সময়ৰ গতিতে তুমিযে লাহেকৈ সলনি হলা (সলনি হলা)
কৰিম কেনেকে ন trust তুমি ভাঙিলা (ভাঙিলা)
তুমি heart-break জানি বুজি কৰিলা মোৰ
যদি নাইকিয়া হৈ যাও তুমি বাৰু কৰিবানে miss মোক
(কৰিবানে miss মোক)
যদি দিঠকতে সপোনৰ কাহিনী বোৰ ৰচি দিও মই তোমাৰ বাবে
সাতোৰঙী ৰামধেনুৰ পোহৰ হেন তোমাৰ চকুতেই
(তোমাৰ চকুতেই)
হব মন আছে বিলীন ৰাতিৰ এই আকাশতেই ন
(আকাশতেই ন)
এই আকাশতে চালে এনে লাগে feel like star মই
ভাগৰুৱা হৈও কৰি আছো সকলোঁ কাম মই
কিয় দিনে ৰাতি ভাবি থাকো still alive মই
So much pain in my heart, I don’t wanna be here no more
আজি মাথো চাবলে বিচাৰো নিজকে dead মই, (yeah, yeah)
Making legacy so I can die in peace bro (yeah, yeah)
Chase নকৰোঁ no love কৰিম dope shows
নালাগে আৰু regrets লাগে Cash flow (cash flow)
Chase নকৰোঁ no love কৰিম dope shows
নালাগে আৰু regrets লাগে Cash flow (cash flow)
মোৰ
যদি নাইকিয়া হৈ যাও তুমি বাৰু কৰিবানে miss মোক
(কৰিবানে মিছ মোক)
যদি দিঠকতে সপোনৰ কাহিনী বোৰ ৰচি দিও মই তোমাৰ বাবে
সাতোৰঙী ৰামধেনুৰ পোহৰ হেন তোমাৰ চকুতেই
(তোমাৰ চকুতেই)
হব মন আছে বিলীন ৰাতিৰ এই আকাশতেই ন
(আকাশতেই ন)
বিচাৰি পালো মই নিজকে হেৰুৱাৰ পিছত সকলো
বিচাৰি পালো মই নিজকে সকলো হেৰুৱাৰ পিছত…