Emanei Dhunia
Similar songs
Sesa Kori Juwa
Karan Das,Amarendra Kalita03:23
Mur Hole Aku Dai Nai
Kakali das04:11
Xukhor Rengoni
Shreya03:11
A Gori
Dhanti Das,Bondipa03:21
Nirob Xomodol
Tusar Tirtha Barman04:39
Sister
Rohit Sonar03:58
Mini Nach
Rocktim Raj03:17
Tumi
Gitanjali Das03:40
Rainlights
Mashup Verge02:38
Motoliya 2.0
Sannidhya Bhuyan03:56
Similar Songs
Sesa Kori Juwa
Karan Das,Amarendra Kalita
Mur Hole Aku Dai Nai
Kakali das
Xukhor Rengoni
Shreya
A Gori
Dhanti Das,Bondipa
Nirob Xomodol
Tusar Tirtha Barman
Sister
Rohit Sonar
Mini Nach
Rocktim Raj
Tumi
Gitanjali Das
Rainlights
Mashup Verge
Motoliya 2.0
Sannidhya Bhuyan
About song
0 Plays
Lyricist: Anil Das
Composer: Arup Dutta
Copyright © ArtistHub
Lyrics
ইমানেই ধুনীয়া তুমি
সকলোতকৈ শুৱনি
তোমাকেই ক'লো মই আজি
হিয়াৰ গোপন কাহিনী
অ' মৰমৰ সঁহাৰি
কেতিয়ানো দিবা
তাকেই ভাৱি ভাৱি
ভাগৰিছো জানা
কেতিয়ানো ক'বা মোক
ভাল পাওঁ বুলি
কেতিয়ানো হ'বা মোৰ
তুমি লগৰী
সপোনে দিঠকে
ভাৱি তোমাৰে কথা
কৰিছোঁ জানানে
বহু ৰঙীন কল্পনা
অ' মৰমৰ সঁহাৰি
কেতিয়ানো দিবা
তাকেই ভাৱি ভাৱি
ভাগৰিছো জানা
কেতিয়ানো ক'বা মোক
ভাল পাওঁ বুলি
কেতিয়ানো হ'বা মোৰ
তুমি লগৰী
তোমাকেই ক'লো মই আজি
হিয়াৰ গোপন কাহিনী
কিয়নো নুবুজা
মোৰেনো মনৰ বেথা
আঁতৰি নাযাবা
কৰি মোক নিঠৰুৱা
অ' মৰমৰ সঁহাৰি
কেতিয়ানো দিবা
তাকেই ভাৱি ভাৱি
ভাগৰিছো জানা
কেতিয়ানো ক'বা মোক
ভাল পাওঁ বুলি
কেতিয়ানো হ'বা মোৰ
তুমি লগৰী
তোমাকেই ক'লো মই আজি
হিয়াৰ গোপন কাহিনী
