app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Enajori, Listen the song  Enajori, Play the song  Enajori, Download the song  Enajori

Enajori


Enajori, Listen the song  Enajori, Play the song  Enajori, Download the song  Enajori

Enajori

About
Artist :Tanbeer Mashooq
Genre :Romantic
283 Plays
Singer : Tanbeer Mashooq Compostion : Tony minuyal & Tanbeer Mashooq Lyrics: Tanbeer Mashooq & Kallul Kashyap Mahanta Music : Gouri Shankar Nath and Nibir X
Copyright © DREAM STUDIOS

Lyrics
মিঠা মিঠা বৰষুণে সানিলেহি প্ৰেমৰে অনুভুতি হিয়াতে অনুৰনণ তোমাতেই হেপাহতেৰ তুমি আছা বিয়পি নতুন যেন এই পৃথিৱী দুচকুৰে তুমি মোৰ জিৰণি কাষতে ৰোৱাচোন অাজি এনাজৰী মৰমৰে লাহে লাহে ৰ'লাহি হিয়াতে গোপনে পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে আ....... আ....... আ..... লাহে লাহে ৰ'লাহি হিয়াতে গোপনে পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে Music..... তুমি নহলে উকা উকা লাগে বিচাৰো তোমাক সদায় কাষৰতে সপোন তুমি মোৰ বুকুৰে আছো ৰৈ আজি নিৰলে হেপাহতৰ তুমি আছা বিয়পি নতুন যেন এই পৃথিৱী দুচকুৰে তুমি মোৰ জিৰণি কাষতে ৰোৱাচোন আজি ।
×