Artist :Tanbeer Mashooq
Genre :Romantic
1.87K Plays
Singer : Tanbeer Mashooq
Compostion : Tony minuyal & Tanbeer Mashooq
Lyrics: Tanbeer Mashooq & Kallul Kashyap Mahanta
Music : Gouri Shankar Nath and Nibir X
Copyright © DREAM STUDIOS
Lyrics
মিঠা মিঠা বৰষুণে
সানিলেহি প্ৰেমৰে
অনুভুতি হিয়াতে
অনুৰনণ তোমাতেই
হেপাহতেৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন অাজি
এনাজৰী মৰমৰে
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
আ....... আ....... আ.....
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
Music.....
তুমি নহলে উকা উকা লাগে
বিচাৰো তোমাক সদায় কাষৰতে
সপোন তুমি মোৰ বুকুৰে
আছো ৰৈ আজি নিৰলে
হেপাহতৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন আজি ।