Artist :Manakhjyoti
Genre :Pop
15.88K Plays
Author : Pundari Gogoi Composer : Manakhjyoti Music Arranger : Palash Gogoi
Copyright © Apon Records
Lyrics
অ' ঘৰমুৱা পখী সন্ধিয়াৰ আকাশত পোহৰে নাচিছে যাওঁ কি না যাওঁ দোমোজাত কঁপিছে ৰাঙলী অৰুণৰ ছাঁয়া কিযে মিঠা মিঠা মায়া অ' ঘৰমুৱা পখী........... ডেউকা কোবাই ভাগৰুৱা অ' ঘৰমুৱা পখী.. ডেউকা কোবাই ভাগৰুৱা অ' ঘৰমুৱা পখী.. ওভতি যাবৰ বাবেই কিয় ইমান বাট আহিলি? সুধিলে ক'বিনে কাহিনী তোৰ? এন্ধাৰে ডাৱৰে গাবিনে সুৰ? অ' ঘৰমুৱা পখী.....

Bohbai Nasilu - Instrumental Version

Xubhokamona

Gwswa Manwdi

Xorote Xorote

Ehejar Xapon
