app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Govindai Raam, Listen the song  Govindai Raam, Play the song  Govindai Raam, Download the song  Govindai Raam

Govindai Raam


Govindai Raam, Listen the song  Govindai Raam, Play the song  Govindai Raam, Download the song  Govindai Raam

Govindai Raam

About
Artist :Band of hurricane gals
Genre :Fusion
4.17K Plays
Music Director: Band Of Hurricane Gals Tune: Progyashi Rajkhowa Lyricist: Dr. Swapnali duwara Singer : Mamoni Kalita ft Maina Kaberi Dubstep and Programing : Mamoni kalita ft Dxa
Copyright © Playhub sound

Lyrics
গোবিন্দাই ৰাম গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি হে জয় প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন জয় চিৰিখলি নাচনি গোবিন্দাই ৰাম উঘা মাকো চেৰেকী গোবিন্দাই ৰাম অ পাহৰি আহিলো কুচি ঐ গোবিন্দাই ৰাম তেঁতেলী তলতে তাঁতবাটি কৰিলো শালিকাই চিঙিলে সূতা ঐ গোবিন্দাই ৰাম ফেঁকুৰি ফেঁকুৰি কান্দিব নালাগে আনি দিম বজাৰৰ সূতা ঐ গোবিন্দাই ৰাম ঘনে ঘনে কৰি দুৰপতি চৰালি বাবৰি ফুলিয়া ৰিহাখন লগালি বিহুতে পিন্ধিমে বুলি অ সৰুমাই নিপিন্ধো ন'কবি তয়ে ঐ গোবিন্দাই ৰাম তুলুথা পকালি অ' মোৰে লগৰী তাঁততে মাকোৰ খিতখিতনি গোবিন্দাই ৰাম ঐ দুৰপতি ঘনে পতি গোবিন্দাই ৰাম গৰকাই খান্দি মাটি গোবিন্দাই ৰাম অ' মাকো পৰে সৰি সৰি ঐ গোবিন্দাই ৰাম।।
×