app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Henguliya, Listen the song  Henguliya, Play the song  Henguliya, Download the song  Henguliya

Henguliya


Henguliya, Listen the song  Henguliya, Play the song  Henguliya, Download the song  Henguliya

Henguliya

About
Artist :Amar Sivam,Kalyan Jyoti Deka,Gyandeep Kalita,Himangshu Deka
Genre :Romantic
1.69K Plays
▶ Audio Credits: ♫ Singer : Amar Sivam ♫ Lyrics : Kalyan Jyoti Deka ♫ Composition : Gyandeep Kalita ♫ Classical Part Composition : Amar Sivam ♫ Music Producer : Amar Sivam & Himangshu Deka ♫ Mixing & Mastering : Amar Sivam ♫ Flute : Gauranga Rajj ♫ Tabla : Amar Sivam ♫ Electric Guitar : Amar Sivam
Copyright © Amar Sivam

Lyrics
হেঙুলীয়া মোৰ মনৰ তোমাতেই ভাবনা মতলীয়া মোৰ গানৰ তোমাতেই সাধনা জাগি উঠা হেপাঁহৰ তুমিয়েই প্ৰেৰণা সাঁচি থোৱা মৰমৰে তুমিয়েই ঠিকনা আহিবা নে তুমি দিবলে সহাঁৰি যাচিবা নে তুমি মৰম এধানি হেঙুলীয়া মোৰ মনৰ তোমাতেই ভাবনা মতলীয়া মোৰ গানৰ তোমাতেই সাধনা মতলীয়া মোৰ গানৰ তোমাতেই সাধনা… Classical & Music... গোপনে বুকুত শিপালা তুমি মোৰ লাজুকী হাঁহিৰে হৰিলা তুমি মোক ফাগুনী পছোৱাৰে সাৱটিলা তুমি মোক সপোনী বাটেৰে আদৰিলা তুমি মোক আধা লিখা জীৱনৰে তুমিয়েই কবিতা জ্বলি উঠা প্ৰণয়ৰে তুমিয়েই শলিতা আহিবা নে তুমি দিবলে সহাঁৰি যাচিবা নে তুমি মৰম এধানি সাঁচি থোৱা মৰমৰ তুমিয়েই ঠিকনা জাগি উঠা হেপাঁহৰে তুমিয়েই বাসনা হেঙুলীয়া মোৰ মনৰ তোমাতেই ভাবনা মতলীয়া মোৰ গানৰ তোমাতেই সাধনা... Classical & Music...
×