Hey Prohelika
Similar songs
Juwa Bosorei
Zubeen Garg05:05
O Aita Nach
Bituda,Biswajit Sajan04:55
Trixha
Cassie05:03
Haturi Botali
Ritu Pratim04:37
Jaan Oi Jaan
Anupam hazarika04:47
Futa Kopal (Prem Guloi)
Neelbishal,Junaak Milon,Enthrone01:18
Tumaloi Ase Mur Pon
Rupankita Papari03:53
Aai O Aai
Sharat Raag05:07
Aage Pase
Zubeen Garg05:11
Nasoni
Aj Arup03:13
Similar Songs
Juwa Bosorei
Zubeen Garg
O Aita Nach
Bituda,Biswajit Sajan
Trixha
Cassie
Haturi Botali
Ritu Pratim
Jaan Oi Jaan
Anupam hazarika
Futa Kopal (Prem Guloi)
Neelbishal,Junaak Milon,Enthrone
Tumaloi Ase Mur Pon
Rupankita Papari
Aai O Aai
Sharat Raag
Aage Pase
Zubeen Garg
Nasoni
Aj Arup
About song
Genre :Modern
754 Plays
Singer: Mon Akash Musical
Featuring Artist: NA
Lyricist: Sutirtha Madhav
Tune: Mon Akash Musical, Rupam Borah
Music: ARMETIC, Pranab Pitikon
Flute: Gouranga Saikia
Mix: Pranab Pitikon
Master: Nilutpal Xobdo
Copyright © Jyoti Digital Media
Lyrics
সেই প্ৰহেলিকা
এবাৰ ঘূৰি চোৱা
সেই প্ৰহেলিকা
মোৰে হৈ ৰোৱা
শীতল শীতৰে হিম
সুখৰে শাৰদী বীণ
তোমাৰে দুচকুতে কলিজা পৰাধীন
প্ৰণয়ৰে প্ৰতিলিপি লিখি
বাৰে বাৰে হাঁহি ৰোৱা তুমি
লাজৰে এমুঠি জীয়া ৰং সানি
বুকুতে বাগৰে বলিয়া বসন্ত
বৰণীয়া ব'হাগৰে গান
কোমল কুঁহিপাতে
মিঠা ৰাগ জুৰে
জীৱন জীয়াৰ যেন
এটি ৰঙা সোপান
লাহে লাহে বাঢ়ে মৰম
ঘনে ঘনে কঁপে বুকুখন
অজলা মৰমৰ অজানা ৰাগিনী হৈ
সপোন বাটে আহি
নাযাবা দূৰণিলৈ
বাৰে বাৰে ভালপোৱা সানিম তোমাকে
সপোনৰে সাকোঁ পাৰি ভাবিম তোমাকে
যৌৱনৰে উশাহবোৰো পিন্ধাম তোমাকে
আৱেগৰে ৰং সিঁচি নাযাবা আনলে
সেই প্ৰহেলিকা
এবাৰ ঘূৰি চোৱা
সেই প্ৰহেলিকা
মোৰে হৈ ৰোৱা
আধা বাটতে এৰি নাযাবা দেই আঁতৰি
বাৰে বাৰে ভালপোৱা সানিম তোমাকে