Artist :Amar Sivam,Pallab Borax
Genre :Bihu
11.12K Plays
Singer & Composer : Amar Sivam
Music Producer : Pallab Borax
Lyricist : Riya Kashyap Dutta
Mixing : Pallab Borax & Amar Sivam
Mastering : Amar Sivam
Recorded @ DREAM STUDIOS , Goalpara.
Copyright © Amar Sivam
Lyrics
তোলৈয়ে চাই
দেহা মন জুৰাই ঐ
ভাবনাতে মোৰ
নামিছে ব'হাগ ঐ
মৰম এবুকু
সাচিছোঁ তোলৈয়ে মই
যাচিমে তোক
চেনেহৰ বিহুতে ঐ
জান ঐ এইবাৰ বহুতে
দিম মই মূগা ৰিহা তোকে
দিম মই মূগা ৰিহা তোকে
আহিবিনে…
বিহু নাচিবলে
বিহু নাচিবলে
বিহু নাচিবলে লগত ।
...Music...
ঢোলৰে চাপৰত
তোৰেনো কাষৰত 2x
এপাক গৈ নাচিমে ঐ
ক'মেগৈ মোৰ
মনৰ কথা
আজৈ সাৱটি ল'ম হিয়াতে থ'ম
বুজিবি মোৰ বুকুৰ বেথা
উলহে মালহে বিহুটি আহিছে
বুকুতে প্ৰেমৰ জুই জলিছে
সঘনে তোলৈ মৰমবোৰ বাঢ়িছে
মৰি যাম জান'নে নাপালে
জান ঐ এই বহাগতে
নাচিবানে বিহুতে লগতে
নাচিবানে....
মোৰে ঐ জান লগত
ঢোলৰে চাপৰত
ঢোলৰে চাপৰত ঐ
ঢোলৰে চাপৰত
মোৰে ঐ লগতে ঐ ।
...Music...