app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Jaan Oi, Listen the song  Jaan Oi, Play the song  Jaan Oi, Download the song  Jaan Oi

Jaan Oi


Jaan Oi, Listen the song  Jaan Oi, Play the song  Jaan Oi, Download the song  Jaan Oi

Jaan Oi

About
Artist :Amar Sivam,Pallab Borax
Genre :Bihu
8.50K Plays
Singer & Composer : Amar Sivam Music Producer : Pallab Borax Lyricist : Riya Kashyap Dutta Mixing : Pallab Borax & Amar Sivam Mastering : Amar Sivam Recorded @ DREAM STUDIOS , Goalpara.
Copyright © Amar Sivam

Lyrics
তোলৈয়ে চাই দেহা মন জুৰাই ঐ ভাবনাতে মোৰ নামিছে ব'হাগ ঐ মৰম এবুকু সাচিছোঁ তোলৈয়ে মই যাচিমে তোক চেনেহৰ বিহুতে ঐ জান ঐ এইবাৰ বহুতে দিম মই মূগা ৰিহা তোকে দিম মই মূগা ৰিহা তোকে আহিবিনে… বিহু নাচিবলে বিহু নাচিবলে বিহু নাচিবলে লগত । ...Music... ঢোলৰে চাপৰত তোৰেনো কাষৰত 2x এপাক গৈ নাচিমে ঐ ক'মেগৈ মোৰ মনৰ কথা আজৈ সাৱটি ল'ম হিয়াতে থ'ম বুজিবি মোৰ বুকুৰ বেথা উলহে মালহে বিহুটি আহিছে বুকুতে প্ৰেমৰ জুই জলিছে সঘনে তোলৈ মৰমবোৰ বাঢ়িছে মৰি যাম জান'নে নাপালে জান ঐ এই বহাগতে নাচিবানে বিহুতে লগতে নাচিবানে.... মোৰে ঐ জান লগত ঢোলৰে চাপৰত ঢোলৰে চাপৰত ঐ ঢোলৰে চাপৰত মোৰে ঐ লগতে ঐ । ...Music...
×