Artists :Amar Sivam,Pallab BoraxGenre :Bihu12930 PlaysSinger & Composer : Amar SivamMusic Producer : Pallab BoraxLyricist : Riya Kashyap DuttaMixing : Pallab Borax & Amar SivamMastering : Amar SivamRecorded @ DREAM STUDIOS , Goalpara.Copyright © Amar SivamLyricsতোলৈয়ে চাইদেহা মন জুৰাই ঐভাবনাতে মোৰনামিছে ব'হাগ ঐমৰম এবুকুসাচিছোঁ তোলৈয়ে মইযাচিমে তোকচেনেহৰ বিহুতে ঐজান ঐ এইবাৰ বহুতেদিম মই মূগা ৰিহা তোকেদিম মই মূগা ৰিহা তোকেআহিবিনে…বিহু নাচিবলেবিহু নাচিবলে বিহু নাচিবলে লগত ।...Music...ঢোলৰে চাপৰততোৰেনো কাষৰত 2xএপাক গৈ নাচিমে ঐক'মেগৈ মোৰমনৰ কথাআজৈ সাৱটি ল'ম হিয়াতে থ'মবুজিবি মোৰ বুকুৰ বেথাউলহে মালহে বিহুটি আহিছেবুকুতে প্ৰেমৰ জুই জলিছেসঘনে তোলৈ মৰমবোৰ বাঢ়িছেমৰি যাম জান'নে নাপালেজান ঐ এই বহাগতেনাচিবানে বিহুতে লগতেনাচিবানে....মোৰে ঐ জান লগতঢোলৰে চাপৰতঢোলৰে চাপৰত ঐঢোলৰে চাপৰতমোৰে ঐ লগতে ঐ ।...Music...