Jai Vishwakarma
Similar songs
NARAYAN
Zubeen Garg07:17
Durga Sakti Narayani
Mamoni Chutia Gogoi03:43
Krishna Nai Gorote
Zubeen Garg04:02
Baikunthe Jaibolo Harinanam
Zubeen Garg05:42
Shyam Sundar
Dipjyoti Mahli06:02
05:09
Mukuti Paboloi Lowa Hari Naam
Manash Bhagawati,Zubeen Garg07:24
Brojo Jiwono
Riju Mani Goswami Sabhapandit05:37
Durga Maa
Adishna Rajbongshi02:04
Ram Banamali
Montumoni Saikia06:24
Similar Songs
NARAYAN
Zubeen Garg
Durga Sakti Narayani
Mamoni Chutia Gogoi
Krishna Nai Gorote
Zubeen Garg
Baikunthe Jaibolo Harinanam
Zubeen Garg
Shyam Sundar
Dipjyoti Mahli
Kaanai
Mridu Pawan Rick,Adishna Rajbongshi
Mukuti Paboloi Lowa Hari Naam
Manash Bhagawati,Zubeen Garg
Brojo Jiwono
Riju Mani Goswami Sabhapandit
Durga Maa
Adishna Rajbongshi
Ram Banamali
Montumoni Saikia
About song
0 Plays
Lyricist: Komola Gogoi
Composer: Komola Gogoi
Copyright © ArtistHub
Lyrics
বিশ্বকৰ্মা বিশ্বকৰ্মা দেৱ খনিকৰ
যন্ত্ৰ সাজি কল্যাণ
সাধিলা জগতৰ
বিজ্ঞানৰ য'ত সৃষ্টি
তোমাৰ অৱদান
প্ৰভূ...
তোমাৰ অৱদান
তোমাৰ নামে তোমাক আমি
কৰিছোঁ প্ৰণাম
বিশ্বকৰ্মা বিশ্বকৰ্মা
ব্ৰহ্মাৰ তনয় তোমাৰ
বিশ্বকৰ্মা নাম
পাৰ্থিবৰ বস্তু সজা
মাথোঁ তোমাৰ কাম
কিনো সৃষ্টি কৰা দেৱ
মনুষ্যক লৈ
তোমাৰ অৱদানে নৰ
আছে ধন্য হয়
হে দেৱ খনিকৰ
বিশ্বকৰ্মা জগতৰ
সৃষ্টি কৰি সাধিলা কল্যাণ
বিশ্বকৰ্মা তোমাৰ নাম
কিনো দেৱ স্ৰজিলা
মনুষ্যৰ হাতে দিলা
নিৰ্মাণ কৰি দিলা অৱদান
বিশ্বকৰ্মা তোমাৰ নাম
জয় বিশ্বকৰ্মা
