Baahi by xomoy
Color beam

Rename playlist

Jakoruwa Moloya Slowed Reverb, Listen the songs of  Jakoruwa Moloya Slowed Reverb, Play the songs of Jakoruwa Moloya Slowed Reverb, Download the songs of Jakoruwa Moloya Slowed Reverb

Jakoruwa Moloya Slowed Reverb

Similar Songs

About song

Artists :Emon Boruah
Album: Mega Release
Genre :Lofi
117 Plays
Music Director:
Tune:
Lyricist:
Composition:
Copyright © Emon Boruah

Lyrics

হঠাতে এটি ঊনমাদনা
মোৰ হিয়াতে
এটি শুনভাৱনা
কথাতে কয় মন ভাগৰা
উলাহত মই আপোন পাহৰা
কত আশা জাগি উঠে তোমাকে দেখিলে
কিনো হয় নজনাকে কষৰলে আহিলে

(জাকৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা)
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা

আবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা
মধুৰ সুৰিয়া গীতৰ আলাপে ভৰা
আকাশে দিয়ে এটি ঠিকনা
শবীশাল হৃদয়ৰ বাসনা
তুমাকে পোৱাৰ যছ প্ৰেৰণা
উশাহে নিশাহে জানা
(জাকৰুৱা মলয়াই কয় কথাতুমি বিনে মই আধৰুৱা)
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰুৱা মলয়াই কয় কথা
তুমি বিনে মই আধৰুৱা

Sign in

Install Baahi app to download song

Install Baahi app to download song