Baahi by xomoy
Color beam

Rename playlist

Junuka Pindha Xopun, Listen the songs of  Junuka Pindha Xopun, Play the songs of Junuka Pindha Xopun, Download the songs of Junuka Pindha Xopun

Junuka Pindha Xopun

Similar Songs

About song

Artists :Anshuraj Kashyap
Genre :Melody
539 Plays
Music: Tarun Tanmoy
Lyricist: Sunit Gogoi
Composition: Sunit Gogoi , Tarun Tanmoy
Mix & Mastering: Diganta Bordoloi
Guitar : Ishanu Sharma
Flute : Anjan Medhi
Recorded at studio Kirili by Bijoy Sankar,Swapneel & Bikram
Special thanks : Dipanka Saikia, Rintu Saikia, Prabin Borah, Nikhil Handique, Sradhansu Barooah, Roni, Bhargav, Jitu, Upakul, Joon , Aleena Tanmoye & Archana Gogoi .
Copyright © Sunit Gogoi Creation

Lyrics

জুনুকা পিন্ধা সপোনবোৰে
তোমাকেই চাগে বিচাৰি ফুৰে !
ৰাতি ৰাতি লানি পাতি মোৰ
টোপনি অহা বাটে !!
তুমি তুমি অনুভৱবোৰ শিতানৰ কাষতেই বহে
চেঁকুৰি যোৱা তেজৰ সোঁতত বুকুৰ বাকৰি খহে
মৰমে মৰমক দহে .......


হাউলি য'তে আকাশখনে গছৰ আগলি চুমে
তাৰেই পৰা দুচকুৱে কোনেনো মোকে জুমে
হেঙুল ৰহণ ডেউকাতে লৈ উৰো তোমাৰ কাষলৈ
তাকে দেখি মেঘে তৰি লয় লাজে সেন্দুৰীয়া চৈ
জুনুকা পিন্ধা সপোনবোৰে .......



বিয়পি আহি বতাহতে ৰঙা এযুৰি ওঁঠে
নিমাত ভাষাই উমাল চুমাই বহু ক'বলে খোজে
আকুল হিয়াৰ দুকূল কঁপাই বয় জীয়া বাসনাৰে নৈ
জাপি-কুচি সামৰিহে থওঁ উমি উমি জ্বলি ৰৈ
জুনুকা পিন্ধা সপোনবোৰে ......

Sign in

Install Baahi app to download song

Install Baahi app to download song