Baahi by xomoy

Rename playlist

Enter new name

Kali Log Paam, Listen the songs of  Kali Log Paam, Play the songs of Kali Log Paam, Download the songs of Kali Log Paam

Kali Log Paam

Copyright © Mogno 4ever Records

Similar Songs

Case Nai (WRISHI Remix), Listen the song Case Nai (WRISHI Remix), Play the song Case Nai (WRISHI Remix), Download the song Case Nai (WRISHI Remix)

Case Nai (WRISHI Remix)

RJoan,WRISHI

Ami Nosto Lora, Listen the song Ami Nosto Lora, Play the song Ami Nosto Lora, Download the song Ami Nosto Lora

Ami Nosto Lora

Kool-D

Tumi Nubuja Muk, Listen the song Tumi Nubuja Muk, Play the song Tumi Nubuja Muk, Download the song Tumi Nubuja Muk

Tumi Nubuja Muk

D VIBE$

Ami Axomia, Listen the song Ami Axomia, Play the song Ami Axomia, Download the song Ami Axomia

Ami Axomia

Chinmoy New Breed

XOPUN, Listen the song XOPUN, Play the song XOPUN, Download the song XOPUN

XOPUN

AAH MIR

Kormo, Listen the song Kormo, Play the song Kormo, Download the song Kormo

Kormo

A.Vibe

Gawoliya, Listen the song Gawoliya, Play the song Gawoliya, Download the song Gawoliya

Gawoliya

Ranbeer Kalita

Nilanjana, Listen the song Nilanjana, Play the song Nilanjana, Download the song Nilanjana

Nilanjana

D VIBE$

Xonor Kharu, Listen the song Xonor Kharu, Play the song Xonor Kharu, Download the song Xonor Kharu

Xonor Kharu

Minimi

Logori, Listen the song Logori, Play the song Logori, Download the song Logori

Logori

Wild Shooter

About song

Artists :D VIBE$
Album: Upohar
Genre :Hip Hop
1 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records

Lyrics

Yeah yeah, yeah, yeah
Yeah, yeah yeah
কালি লগ পাম আকৌ এবাৰ তোমাক
Yeah, yeah, yeah
সদায় কওঁ ৰাতি হুৱাৰ আগত তোমাক
Yeah, yeah

মন যায়, তোমাকে চাবলে, চাবলে (yeah, yeah)
কাষতে যাবলে, যাবলে (yeah)
কিন্তু লাগে মোৰ কিয় অকণমান ভয়
মন যায়, তোমাকে পাবলে (yeah, পাবলে)
Yeah, yeah
আগুৱাই যাবলে (yeah, যাবলে)
মই নেজানো তুমি হবানে মোৰ

তুমি হৃদয়তে মোৰ, তুমি সপোনতে মোৰ
এবাৰ মৰমতে মাত দিলে মই পাওঁ সুখ
তুমি জানানে তুমি আনিছা ভাল দিন (ভাল দিন)
গোটেই সাত জনম্ vote মই তোমাকেই দিম (তোমাক দিম)
তুমি মোৰ বাবে সঁৰগৰ পৰী
নকৰিবা তুমি মোক যাযাবৰী
মই আশাত আছোঁ তোমাক লগ পাম বুলি (পাম বুলি)
মৰম বোৰ দিলে লবানে সাৱটি (Yeah, yeah)
Overthink কৰোঁ কেতিয়াবা ৰাতি হলে (ৰাতি হলে)
শুধু ভগৱানক তুমিয়েই নে মোৰ বাবে (তুমিয়েইনে)
Then মোক ভগৱানে কলে তুমিয়েই (তুমিয়েই)
মই কলো জানো আগৰে পৰায়ে (Yeah, yeah)

মন যায়, তোমাকে চাবলে (yeah, চাবলে)
কাষতে যাবলে (yeah, যাবলে)
কিন্তু লাগে মোৰ কিয় অকণমান ভয়
মন যায়, তোমাকে পাবলে (yeah, পাবলে)
Yeah, yeah)
আগুৱাই যাবলে (yeah, যাবলে)
মই নেজানো তুমি হবানে মোৰ

কৰোঁ pray মই এতিয়া everyday (everyday)
নাছিলোঁ এনেকুৱা habit change হলে (change হলে)
এটা হাঁহিয়েই কাৰণ জীয়াবলে দিয়ে (দিয়ে)
আৰু মনত ছবি তোমাৰ আঁকি ভাল লাগে (ভাল লাগে)
Phone ৰ পৰা ৰোমতেই ছবি তোমাৰেই যে (তোমাৰেইযে)
আবদ্ধ কৰিছোঁ নিজকে তোমাৰ বাবে (তোমাৰ বাবে)
তুমি কেতিয়া আহিবা কোৱা মোকে (কোৱা মোকে)
তুমি নহা লৈকে ৰখি থাকিম এনেদৰে (এনেদৰে)

ৰখি থাকিম, মই এনেদৰে (uwo)
যেতিয়ালে তুমি নাহা ঘৰতে (ঘৰতে)
ৰখি থাকিম, মই এনেদৰে (এনে)
যেতিয়ালে তুমি নাহা ঘৰতে

মন যায়, তোমাকে চাবলে, চাবলে (Yeah, yeah)
কাষতে যাবলে (yeah, যাবলে)
কিন্তু লাগে মোৰ কিয় অকণমান ভয়
মন যায়, তোমাকে পাবলে (Yeah, পাবলে)
আগুৱাই যাবলে (যাবলে)
মই নেজানো তুমি হবানে মোৰ

Yeah, yeah, yeah
Yeah, yeah, yeah