app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Kenekoi Jiyam, Listen the song  Kenekoi Jiyam, Play the song  Kenekoi Jiyam, Download the song  Kenekoi Jiyam

Kenekoi Jiyam


Kenekoi Jiyam, Listen the song  Kenekoi Jiyam, Play the song  Kenekoi Jiyam, Download the song  Kenekoi Jiyam

Kenekoi Jiyam

About
Artist :Mizzu Mirzanoor,Dhritimoy Kalita,David Kashyap
Genre :Sad
850 Plays
Singer & Composer : Mizzu Mirzanoor Lyricist : Dhritimoy Kalita Music : David Kashyap © ℗ 2021 DREAM STUDIOS
Copyright © DREAM STUDIOS

Lyrics
উশাহো ভাগৰে মোৰে দুবাহুতে ভালপোৱাৰ অভিনয়ে সমাধি পাতে। সময়ে ডুবালে জীৱনৰে নাও তুমি নহ''লে নো কেনেকৈ জীয়াম!! পোৱা-নোপোৱাৰে নো অভিযোগ কিমান? জীৱন মায়াৰেহে সমাহাৰ। এটি নিলিখা কবিতাৰ অনুভূতি তুমি বুকুৰে কোণৰে চিনাকি সুঁ‌হুৰি। হৃদয়ৰ চহৰত বিষাদৰ বৰষা তুমিয়ে ভাঙিলা মোৰেই ভৰষা... ডেউকা ভাগি পৰে হেঁ‌পাহৰ কেতেকীৰ ধূসৰিত দাপোণ আজি স্মৃতিৰে খিৰিকীৰ। পাহি মেলি গজা আৱেগৰে ফুলপাহ দিঠকতে আজি যাতনাত মৰহা। পোৱা-নোপোৱাৰে নো অভিযোগ কিমান? জীৱন মায়াৰেহে সমাহাৰ। এটি নিলিখা কবিতাৰ অনুভূতি তুমি বুকুৰে কোণৰে চিনাকি সুঁ‌হুৰি।
×