Artists :Mizzu Mirzanoor,Dhritimoy Kalita,David KashyapGenre :Sad1284 PlaysSinger & Composer : Mizzu Mirzanoor Lyricist : Dhritimoy Kalita Music : David Kashyap © ℗ 2021 DREAM STUDIOSCopyright © DREAM STUDIOSLyricsউশাহো ভাগৰে মোৰে দুবাহুতে ভালপোৱাৰ অভিনয়ে সমাধি পাতে। সময়ে ডুবালে জীৱনৰে নাও তুমি নহ''লে নো কেনেকৈ জীয়াম!! পোৱা-নোপোৱাৰে নো অভিযোগ কিমান? জীৱন মায়াৰেহে সমাহাৰ। এটি নিলিখা কবিতাৰ অনুভূতি তুমি বুকুৰে কোণৰে চিনাকি সুঁহুৰি। হৃদয়ৰ চহৰত বিষাদৰ বৰষা তুমিয়ে ভাঙিলা মোৰেই ভৰষা... ডেউকা ভাগি পৰে হেঁপাহৰ কেতেকীৰ ধূসৰিত দাপোণ আজি স্মৃতিৰে খিৰিকীৰ। পাহি মেলি গজা আৱেগৰে ফুলপাহ দিঠকতে আজি যাতনাত মৰহা। পোৱা-নোপোৱাৰে নো অভিযোগ কিমান? জীৱন মায়াৰেহে সমাহাৰ। এটি নিলিখা কবিতাৰ অনুভূতি তুমি বুকুৰে কোণৰে চিনাকি সুঁহুৰি।