Khuridew
Similar songs
Upai Nai
Ranjit Thakuria03:37
Tumare Vabonat
Zubeen Garg,Mayuri Gogoi04:46
Bapon Ahile
Kalyanjit Dutta04:40
Doctoroni
Kuldeep Sumon05:33
Ugul Thugul Lagene
Dikshu Sarma04:14
Kaziranga Kohuwa
Astharupa,Manab Tez04:00
Senaidhan
Pallabi Tara03:46
Morome Khuli khuli Khai
Krishnamoni Chutia,Priyanka Bharali05:12
04:36
Dile Hiya Lom
Hirak paran,Subasana Dutta04:49
Similar Songs
Upai Nai
Ranjit Thakuria
Tumare Vabonat
Zubeen Garg,Mayuri Gogoi
Bapon Ahile
Kalyanjit Dutta
Doctoroni
Kuldeep Sumon
Ugul Thugul Lagene
Dikshu Sarma
Kaziranga Kohuwa
Astharupa,Manab Tez
Senaidhan
Pallabi Tara
Morome Khuli khuli Khai
Krishnamoni Chutia,Priyanka Bharali
Bakhor
Dikshu Sarma,Mayuri Dutta
Dile Hiya Lom
Hirak paran,Subasana Dutta
About song
Genre :Bihu
11 Plays
Singer: Mousum Kakoty
Featuring Artist: Jeet Kakoty
Lyricist: Mon Akash Musical
Tune: Mon Akash Musical, Indra Neel Das, Mousum Kakoty
Music: HARR, Pranab Pitikon
Mix & Master: Pranab Pitikon
Copyright © Jyoti Digital Media
Lyrics
খুৰীদেউ শুনিছনে
খুৰীদেউ শুনিছনে
(খুৰীদেউ শুনিছনে জীয়েৰাৰ কথা
বাটে ঘাটে ডেকাৰ মুখত তাইৰ গুণা গথাঁ )২
যাৰে তাৰে লগত দেখোন
তাইৰ লিলিমাই
ডেকা বুঢ়াৰ কলিজা খন
খুলি খুলি খাই
কৰি দিবি সাবধান
মোৰ বাদে যে নাচাই আন
(তাইৰ বেজাৰত পৰিব ধৰিছে কলিজা শুকান )২
অ খুৰীদেউ শুনিছনে কথাটি তই।।।।
...
কিহ কিনো তাইৰ চাৱনি
হাহিনে ঐ বিজুলী
ডেকা ল'ৰাৰ বুকুত তোলে প্ৰেমৰ চুনামী
ক কলি কালৰ কৃষ্ণ কতেনো ঐ লম্ভালি
প্ৰেমৰ লীলা গোটেই গাঁৱত আছে বিয়পি
হেনজানি মোৰো লাগে ভয়
খুৰীদেউ শুনিছনে তই
(তাইৰ ভাৱনাত দিনে নিশাই মৰি আছোঁ মই)২
...
ধুনীয়া ফুলৰ পাহি টি দেখি মৰম লগা
তোৰে মিঠা হাহিটিতে হলো পগলা
অ' আলসুৱা মোৰ বুকুতে প্ৰেমৰে দলিচা
(পাৰিবলে আহিবিনে অ' জানে মইনা)২
হেনজানি মৰম বুজি ল
দুবাহুতে সাবটি থ
জনম জনম মোৰে নো হৈ ৰ
সুখে দুখে লগৰি মোৰ হ
বলিয়া মোৰ মৰম বুজি ল
জনম জনম মোৰে নো হৈ ৰ