Maghor Urukar
Similar songs
Luitor Saporit
Mousam Gogoi05:06
Tur Ghorole
Rakesh Raag,Vitali Gogoi04:16
Bohagi 2.0
TRIV,Nihar Kashyap,Jupitara,Jontro03:01
Horumai
Zubeen Garg,Priyanka Bharali03:39
Mod Khalu Buli 2023
Devo Raaj,Jyotishma Chetia04:41
Horute Hikilu
Krishnomoni Chutia04:51
Gabhoru Mon
Sushmita Trisha05:23
Halpoti 2021
Dimpal Punya04:43
Bakoli
Kushal Kashyap02:54
04:12
Similar Songs
Luitor Saporit
Mousam Gogoi
Tur Ghorole
Rakesh Raag,Vitali Gogoi
Bohagi 2.0
TRIV,Nihar Kashyap,Jupitara,Jontro
Horumai
Zubeen Garg,Priyanka Bharali
Mod Khalu Buli 2023
Devo Raaj,Jyotishma Chetia
Horute Hikilu
Krishnomoni Chutia
Gabhoru Mon
Sushmita Trisha
Halpoti 2021
Dimpal Punya
Bakoli
Kushal Kashyap
Atoi
Naba Nill Borah,Partha Jyoti Boruah
About song
Genre :Bihu
4096 Plays
♫ Lyricist : Shobhangkar Das
♫ Music Producer : ByztTheBot
♫ Music Composer : Amar Sivam
♫ Recorded at "DREAM STUDIOS" Goalpara
Copyright © NA
Lyrics
মাঘৰে বতৰত আইৰে পিঠা পনালৈ
দেউতায়ে সজোৱা মেজী
ঘৰৰে জুইৰ উম লৈ
লগ সমনীয়াৰ মিলি কৰা ধেমালীবোৰ
বুঢ়ী আইৰ বাৰীৰে জেওৰা চোৰ কৰা মোৰ মনতে পৰে
মাঘৰ উৰুকাৰ ভোগালীৰ ভোজলৈ আমি যামে ঐ
মিতিৰ- কূটূমৰ ঘৰলে বিহু খাবলে ওলাম ঐ
মাঘৰ উৰুকাৰ ভোগালীৰ ভোজলৈ আমি যামে ঐ
হে হে মিতিৰ- কূটূমৰ ঘৰলে বিহু খাবলে ওলাম ঐ
লালৈ ঐ আহিছোঁ মই মাঘৰে বিহু খাবলৈ বিহু খাবলৈ, বিহু খাবলৈ
ঐ দে ঐ দে ঢেঁকী দে বড়া চাউলৰ বড়া পিঠা
ঘৰলে ভোগালী বিহুটী খাবলে চেনাইটীক আদৰিবি যা
বনাইছোঁ বনাইছোঁ লাড়ু বনাইছোঁ আৰু লগতে পিঠা
চেনাইক মই আদৰিম সাজি থৈছোঁ ঐ ম''হৰে দৈ চিৰা
কৰ ঐ কৰ ঐ কৰ ঐ খৰি খেৰ যোগাৰ কৰ ঐ
মাঘৰে মেজীৰ উম লবলে আহিছোঁ ঘৰলৈ ঐ
আহিবি আহিবি আহিবি ঐ সাজি থৈছোঁ মেজী ঐ
মাঘৰে বিহুত সকলো মিলি মেজীঘৰ জ্বলাম ঐ
হে মাঘৰে বিহুতে নাচিমে তোৰে লগতে মইনা উৰুকাৰ নিশা
কৰিমে ৰং তোৰে লগতে চেনেহী ঐ তোৰে লগতে
নাচিমে তোৰে নাচিমে তোৰে লগত
ঐ পুনৰাই আহিম অহা বছৰ মাঘৰে বিহুত খাবলে পিঠা
তোৰে হাতৰ খাবলে পিঠা তোৰে হাতৰ খাবলে পিঠা
খাবলে পিঠা চেনেহী তোৰে হাতৰ
হে মাঘৰে বিহুতে নাচিমে তোৰে লগতে চেনাই উৰুকাৰ নিশা
কৰিমে ৰং তোৰে লগতে চেনাই ঐ তোৰে লগতে
নাচিমে তোৰে নাচিমে তোৰে লগত
ঐ পুনৰাই আহিবি অহা বছৰ মাঘৰে বিহুত খাবলে পিঠা
মোৰে হাতৰ খাবলে পিঠা মোৰে হাতৰ খাবলে পিঠা
খাবলে পিঠা চেনাই ঐ মোৰে হাতৰ
খাবলে পিঠা চেনেহী তোৰে হাতৰ
মাঘৰ উৰুকাৰ ভোগালীৰ ভোজলৈ আমি যামে ঐ
মিতিৰ- কূটূমৰ ঘৰলে বিহু খাবলে ওলাম ঐ
মাঘৰ উৰুকাৰ ভোগালীৰ ভোজলৈ আমি যামে ঐ
হে হে মিতিৰ- কূটূমৰ ঘৰলে বিহু খাবলে ওলাম ঐ