Baahi by xomoy

Rename playlist

Enter new name

Moi Tumar Kun, Listen the songs of  Moi Tumar Kun, Play the songs of Moi Tumar Kun, Download the songs of Moi Tumar Kun

Moi Tumar Kun

Copyright © Baahi Originals

Similar Songs

Alankaar Reimagined, Listen the song Alankaar Reimagined, Play the song Alankaar Reimagined, Download the song Alankaar Reimagined

Alankaar Reimagined

Gauranga

Mayahona, Listen the song Mayahona, Play the song Mayahona, Download the song Mayahona

Mayahona

Nabajit Baruah

Having Everything, Listen the song Having Everything, Play the song Having Everything, Download the song Having Everything

Having Everything

Bonoda

About song

Artists :Papon,Maitrayee Patar,Pallab Talukdar
Genre :Romantic
691 Plays
Music & Composition: Pallab Talukdar
Lyrics: Maitrayee Patar
Copyright © Baahi Originals

Lyrics

মনৰ মাটিত ফুলা তুমি মোৰ বাৰিষাৰ গোন্ধ
নিয়ৰৰ টোপালত জিলিকা আহিনৰ অজলা জোন
ৰাতিৰ শেৱালি এমুঠি তোমাৰ বাবেই সৰে
নকৈ আকাশক তোমাৰ, মই তোমাৰ কোন
তুমি মোৰ কোন

বৰষুণ পখীটি উৰি যায় চটিয়াই বাৰিষাৰ গোন্ধ
অকলে নিয়ৰে সামৰে অপেক্ষাৰে জোন
মোৰ ৰাতিৰ শেৱালি এজুপি তোমাৰ বাবেই যে সৰে
নকয় মাথোঁ আকাশক তোমাৰ, মই তোমাৰ কোন
তুমি মোৰ কোন, মই তোমাৰ কোন
অ' মোৰে সোণ

অ' সোণ, বিৰহৰে দিন শ্যামল হ'লে
অ' মোৰ জোন, মেৰিয়াবহি কোমল সুৰে
ডাৱৰে জানে আকাশতে তাক সাৱটি ৰাখে কোনে
দুৰে দুৰেও মাটিয়ে জানে ডাৱৰ যে তাৰ কোন
হেঁপাহৰে বৰষুণ, অ' মোৰে সোণ
অ' মোৰে জোন