Moinajaan
Similar songs
04:37
Kajol Xona
Neel Akash,DORODI05:51
Nakhai Bhate Pani
Achurjya Borpatra,Nilakshi Neog04:49
Monore Kareng
MADHURJYA MOUSOM03:54
PHUL GAMUSA
Zubeen Garg04:05
Suwali Huwai Bhal
Hrishikesh Pratim,Prerana Sarma03:59
04:24
Nasoni Barikha Bhora Noi
Ratul Mohan04:00
Janagosthio Bihu
Krishnamoni Chutia,Tarali07:59
Nahorore Koliti
Zubeen Garg05:56
Similar Songs
Dayeri
Mukul Saikia,Nilakshi Neog
Kajol Xona
Neel Akash,DORODI
Nakhai Bhate Pani
Achurjya Borpatra,Nilakshi Neog
Monore Kareng
MADHURJYA MOUSOM
PHUL GAMUSA
Zubeen Garg
Suwali Huwai Bhal
Hrishikesh Pratim,Prerana Sarma
O Tora
Zubeen Garg,Bornali Kalita
Nasoni Barikha Bhora Noi
Ratul Mohan
Janagosthio Bihu
Krishnamoni Chutia,Tarali
Nahorore Koliti
Zubeen Garg
About song
Genre :Bihu
2 Plays
Singer: Mon Akash Musical, Priya Bora
Featured Artist: NA
Lyricist: Mon Maina Gogoi, Mon Akash Musical, ARMETIC
Tune: Mon Akash Musical
Music: SUSTRAX Music
Flute: Bikramjit Borthakur
Mix & Master: SUSTRAX Music
Copyright © Jyoti Digital Media
Lyrics
ফুল কুমলীয়া তোৰে দুগাল,
দেখিবলৈ ধুনীয়া।
সেই দুগালতে মায়া সানি,
কৰ' ডেকাক ঘূণীয়া ।²
মৰম দিলে ল'বিনে তই বুকুতে সামৰি
কাষত পালে এনে লাগে যেন
ধৰিমেই সাবটি
মইনা জান,
মইনা জান মৰমৰ মইনা জান
মোৰলৈ বৈছনে তই
গুটি ফুলৰ বিহুৱান।
এ... তোকে ভাবি ভাবি,
বুকুতে বাঢ়িছে,
বলিয়া দিচাং।
মইনা জান, মোৰে মইনা জান...
মোলৈকে বৈছনে তই চেনেহৰে বিহুৱান ঐ
Music
টিপটপ্ দেখিলে,
আহোঁ বুলি নক'বা,
মইনা জান,
মইনা জান ঐ,²
মোৰে নো পানী পৰা ঘৰ।
Music
তোৰে ঘৰৰ পদূলিত সদাই মাৰোঁ ভূমুকি
কিজানি তোক মইনা জান এবাৰ দেখা পাং
ধেৎ তেৰিকা ফচালি মোহিনী বান মাৰিলি
তোকে নেদেখিলে মনে মোৰ কৰে মৰি যাং মৰি যাং
বাটেনো চাওঁ ব'হাগলৈ
তোকে নিজৰ কৰাৰ সপোন বুকুত লৈ ...
মইনা জান,
মইনা জান মৰমৰ মইনা জান
মোৰলৈকে বৈচনে তই
গুটি ফুলৰ বিহুৱান।
এ... তোকে ভাবি ভাবি,
বুকুতে বাঢ়িছে
বলিয়া দিচাং।
মইনা জান,
মোৰ মইনা জান...
দিচাং নদীৰ ঘাটতে
জাকৈনো বাই থাকোঁঙতে
দূৰণিতে ৰৈ জোকাইছিলি মোকেনো দেখি
আজলী মই আকৰী
গাঁৱলীয়া ছোৱালী
ছলাহী কথাৰে নিলি কাঢ়ি মনৰে পদূলি
Music
সৌ সিদিনা আবেলি পৰত
লাজে ভয়ে সাবটিলোঁ দুবাহুৰ মাজত
পানী অনা নৈৰে ঘাটত
কিনো মৰম যাচিছিলি মোৰে দুগালত
আছুতীয়াকৈ বুকুতে মৰম তোলৈকে সাঁচিছোঁ
হিয়াৰে দলিচাতে তোকে সযতনে ৰাখিছোঁ
মইনা জান,
মইনা জান মৰমৰ মইনা জান
মোৰলৈ বৈছনে তই
গুটি ফুলৰ বিহুৱান।
এ... তোকে ভাবি ভাবি,
বুকুতে বাঢ়িছে,
বলিয়া দিচাং।
মইনা জান, মোৰে মইনা জান...
মোলৈকে বৈছনে তই চেনেহৰে বিহুৱান ঐ
দিচাং নদীৰ ঘাটতে
জাকৈনো বাই থাকোঁঙতে
দূৰণিতে ৰৈ জোকাইছিলি মোকেনো দেখি
আজলী মই আকৰী
গাঁৱলীয়া ছোৱালী
ছলাহী কথাৰে নিলি কাঢ়ি মনৰে পদূলি। ²