app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Mon Bihongo, Listen the song  Mon Bihongo, Play the song  Mon Bihongo, Download the song  Mon Bihongo

Mon Bihongo


Mon Bihongo, Listen the song  Mon Bihongo, Play the song  Mon Bihongo, Download the song  Mon Bihongo

Mon Bihongo

About
Artist :Jayanta Neog
Genre :EDM
2.84K Plays
Author : Jayanta Neog Composer : Jayanta Neog Music Arranger : Juty Daimari
Copyright © Apon Records

Lyrics
উৰি যায়, উৰি যায় মন বিহংগ পাৰ হৈ পাৰ হৈ নদী অৰণ্য। ওখকৈ পাহাৰেও নোৱাৰে ৰুধিব মোক মোৰ বিহগী মনক... ও পৰিভ্ৰমী মন। উৰি যায়, উৰি যায় মন বিহংগ পাৰ হৈ পাৰ হৈ নদী অৰণ্য। হেঁপাহৰ আকাশে বাউলি মাতে জোনেও মায়াবী সুৰ বুকুতে ঢালে। দুখনি ডেউকা উৰিবৰ জোখাৰে অসীমৰ সীমনা যে তোৰেই... স্নিগ্ধ জোনাক হৈ তোৰ খিৰিকীৰে সৰকি তোকো লগতে লৈ উৰা মাৰিম, জোন তৰালিৰে উমলা আকাশত হাতিপতীৰে গৈ কথা পাতিম। দুৰে দুৰে খহি পৰা পপীয়া তৰাই জোকাব আমাক আৰে আৰে বাৰে বাৰে... উৰি যায়, উৰি যায় মন বিহংগ পাৰ হৈ পাৰ হৈ নদী অৰণ্য।
×