Mon Pokhili
Similar songs
Xei Din
Dyou03:06
Kuwa Na
Bhaskar Opswel04:03
Ei Luhit Kaberi
Jayanta Hazarika04:59
O Mantri
Dimpy Sonowal04:29
Mimag
Mrinal Doley06:30
Tumi Samidhan
JANANJAY SAIKIA05:02
Adhoruwa Kahini
Dhruv Thakuria04:44
Dusokure Ator Hoi
Saurav Sankar05:46
Rojoni 2.0
Koushik Sarma04:38
Gouripuria Gabhoru Dekhilu
Dr. Bhupen Hazarika04:13
Similar Songs
Xei Din
Dyou
Kuwa Na
Bhaskar Opswel
Ei Luhit Kaberi
Jayanta Hazarika
O Mantri
Dimpy Sonowal
Mimag
Mrinal Doley
Tumi Samidhan
JANANJAY SAIKIA
Adhoruwa Kahini
Dhruv Thakuria
Dusokure Ator Hoi
Saurav Sankar
Rojoni 2.0
Koushik Sarma
Gouripuria Gabhoru Dekhilu
Dr. Bhupen Hazarika
About song
0 Plays
Lyricist: Lakhi Chandra
Composer: Lakhi Chandra
Copyright © Lakhi Chandra Official
Lyrics
বুকুৰে আপোন হ'বিনে ! অ' হ'বিনে!
মন আকাশৰে তৰা হ'বিনে!
মন পখিলী তই পাহাৰী
হ'বি ভৈয়ামৰে
মন কাঢ়িলি কেতিয়াবাতে
মই নজনাকে
অ’ মইনা অ’ মইনা
হৈয়ে যা তই কইনা
তইয়ে মইয়ে সুখী হ’ম সেইদিনা
লাহে লাহে লাহে মৰমো বাঢ়িব
থাকিব কপাহীনো হাঁহি
জোনে চাই থাকিব তৰালিও নাচিব
সাক্ষী হ'ব এন্ধাৰৰ জোনাকী
তই শেৱালি সুবাস আহিনৰে
মন কহুঁৱা কপাহ ফাগুনৰে
মন পখিলী তই পাহাৰী
হ'বি ভৈয়ামৰে
মন কাঢ়িলি কেতিয়াবাতে
মই নজনাকে
অ’ মইনা অ’ মইনা
হৈয়ে যা তই কইনা
তইয়ে মইয়ে সুখী হ'ম সেইদিনা
কি কৰো নকৰো ক অ’ হিয়াধন
বহুদিন দেখা নাই তোৰে নয়ন
লৈ যা লৈ যা পলুৱাই
লৈ যা লৈ যা পলুৱাই মোক
ভাতে মই ৰান্ধি দিম অ’ হিয়াধন
লাগিলে খোৱাই দিম অ’ হিয়াধন
লৈ যা লৈ যা পলুৱাই
লৈ যা লৈ যা পলুৱাই মোক
