Nilambar Shyam
Similar songs
Aaha Probhu
Achurjya Borpatra,Sunit Gogoi,Apurba Jaan08:33
Kune Nu Jolale
Zubeen Garg06:09
JOI KOILASHPATI
Monuj Haloi,Nitul Dadhara03:53
Namor Mela
Dhanti Das03:27
Bom Bhole
Naba Niyor04:06
Kande Dosorotho
Sadananda Gogoi05:08
Xundoror Pujari
Madhav Ranjan,Sarat (Maina)04:40
Chilim Tana
George Bijoya06:37
premor leela
pallab bhorali02:49
Kodombor Tole Shyam Nase
Sushmita Trisha Das08:33
Similar Songs
Aaha Probhu
Achurjya Borpatra,Sunit Gogoi,Apurba Jaan
Kune Nu Jolale
Zubeen Garg
JOI KOILASHPATI
Monuj Haloi,Nitul Dadhara
Namor Mela
Dhanti Das
Bom Bhole
Naba Niyor
Kande Dosorotho
Sadananda Gogoi
Xundoror Pujari
Madhav Ranjan,Sarat (Maina)
Chilim Tana
George Bijoya
premor leela
pallab bhorali
Kodombor Tole Shyam Nase
Sushmita Trisha Das
About song
Album: Nilambar Shyam
0 Plays
Music: Hriday Nanda Saikia
Tune:
Lyricist: Pranjit Pran Dutta
Composition: Panchanan Dutta, Priyanuj Bairagi , Aditya Dutta
Copyright © NEMI Groups India
Lyrics
শ্যাম বনমালী
মাথাই ময়ুৰ পাখী
তুমি হেনো গোপিনীৰ
প্ৰাণ ধন হৰি।।
জন্ম ললা মথুৰাৰ
কাৰাগাৰে তুমি
কৰিলা নানান ক্ৰীড়া
গকুলক আহি।।
**
যশোৱাৰ প্ৰাণ ধন
নীলাম্বৰ শ্যাম
গোপিকা ৰঞ্জন
নন্দৰ নন্দন
পুতনা বধিলা তুমি
স্তন প্ৰাণ কৰি
কালীক দমিলা হৰি
নানা লীলা কৰি।।।
******
উদ্ধাৰিলা ব্ৰজবাসী
গোবৰ্ধন ধৰি।।
দেবেন্দ্ৰ ৰ অহঙ্কাৰ
খৰ্গহস্ত কৰি
কেশীক বধি হৰি
কেশৱ নামধাৰী
গোবিন্দ নামেৰে
তুমি শ্যাম বনমালী।।
****
কথা:::: এ ৰাম………
পলম্বাসুৰ অঘাসুৰ বকাসুৰ আদি
যত কংস অনুচৰ বধিলা দিনমনি
ধেনু চাৰিয়া হৰি গোপৰ সংগতে
বৃন্দাবনে লীলা কৰা যমুনাৰ বালিতে।।
লৱণু চুৰ কৰা গোৱালিৰ গৃহঁতে
গোপিনীৰ বস্ত্ৰ চুৰ কৰা কদম্বৰ ডালতে।।
ৰাস:
বস্ত্ৰ লৈয়া শ্যাম কানু কদম্বে উঠি যাই
লাজে অপমানে গোপী প্ৰাণে মৰি যাই।।
বস্ত্ৰ দিয়া বস্ত্ৰ দিয়া প্ৰাণ যদুৰায় ।
চনকা কদম্বৰ ডাল ভাঙি পৰি যায়।।
খৰতাল:
ৰুণু জুন নুপুৰ বাজে
বৃন্দাবনৰ মাজে
ৰাধিকাৰ কলচী ভাগে
কানাই বেনুৰ তালে।।
কৈত আছা প্ৰাণ সখা
গোপীকা বল্লভ।।
কলো সুনা নামে মাতো
দিয়া দৰিশণ।।
লোৱা সখী লোৱা
কৃষ্ণ নাম লোৱা ( ২ )
শৰতৰ পূৰ্ণিমা ৰাত্ৰি
ৰাস কৰিবাক লাগি।।
মৃদু মৃদু সুৰে কোনে বজাই বাঁহী ।।
ৰাস ক্ৰীয়া কৰে গোলোকৰ স্বামী
কৃষ্ণ তুমি শ্যাম বনমালী।।।।
কৃষ্ণ.…...................
ৰাম হৰি ৰাম ৰাম।।
