Baahi by xomoy

Rename playlist

Enter new name

Nilanjana, Listen the songs of  Nilanjana, Play the songs of Nilanjana, Download the songs of Nilanjana

Nilanjana

Copyright © MOGNO 4EVER RECORDS

Similar Songs

Chill, Listen the song Chill, Play the song Chill, Download the song Chill

Chill

RK WARRIOR

Gaane Gaane, Listen the song Gaane Gaane, Play the song Gaane Gaane, Download the song Gaane Gaane

Gaane Gaane

Bad Poet Society

Manuh, Listen the song Manuh, Play the song Manuh, Download the song Manuh

Manuh

WordKing

Destroyed, Listen the song Destroyed, Play the song Destroyed, Download the song Destroyed

Destroyed

Ranbeer Kalita

Melody, Listen the song Melody, Play the song Melody, Download the song Melody

Melody

Yu9g Nicky

The Baba Song, Listen the song The Baba Song, Play the song The Baba Song, Download the song The Baba Song

The Baba Song

Dhananjoy Saha

Xopun, Listen the song Xopun, Play the song Xopun, Download the song Xopun

Xopun

Karandx

Probonsona, Listen the song Probonsona, Play the song Probonsona, Download the song Probonsona

Probonsona

Avinav Hazarika

Fagwla Jabai, Listen the song Fagwla Jabai, Play the song Fagwla Jabai, Download the song Fagwla Jabai

Fagwla Jabai

Ansu Sina Swargiary,Nitamoni Boro

Gajaraaj, Listen the song Gajaraaj, Play the song Gajaraaj, Download the song Gajaraaj

Gajaraaj

Minimi

About song

Artists :D VIBE$
Album: Nilanjana
Genre :Hip Hop
5 Plays
Music: Eskimos, Tinna
Tune: Rich Key Beats, Starbxy
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS

Lyrics

নীলাঞ্জনা নামৰ কোন তুমি ?
নীলাঞ্জনা নামৰ কোন তুমি ?

নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?
নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?

প্ৰেমে ৰাঙী হৈ গলেনি আকাশ
নীলাঞ্জনা নামে সকলোঁ লাগে ভাল
কি হলে বুকুতে মনতে তুমিয়েই
হঠাতে দেখিলোঁ পৰিলোঁ প্ৰেমতে
তোমাৰেই আজি মই চায়া হৈ ৰম
প্ৰতিটোপলেই মায়া হৈ কম
কেতিয়াও নাপাহৰিবা লগত আছো মই
সপোনবোৰ সজাবা সকলো সফল কৰিম মই

নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?
নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?

যেতিয়া তুমি অহা নাছিলা মোৰ জীৱনতে
কিয়নো লাগিছিলে যেন খালি মই অজানিতে
তোমাতেই দেখিছোঁ মোৰ ছায়া আজি
তোমাতেই যেন মোৰ সকলো মায়া
তোমাতেই দেখিছোঁ মোৰ ছায়া আজি
তোমাতেই যেন মোৰ সকলো মায়া
তুমিয়েই টো জীয়াই থকাৰ কাৰণ আৰু তুমি
দিয়া প্ৰেৰণা যুঁজ এই জীৱনৰে
বহু দূৰত থাকিও কিয় মোৰ এনে লাগে
কেতিয়ানো আহিবা ঘূৰি এই জীৱনতে

নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?
নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?

নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?
নীলাঞ্জনা নামৰ কোন তুমি ?
প্ৰেমৰ সানিলা বুকুতে ৰং আজি
বিষাদ নাই তোমাৰ হৃদয়তে
নীলাঞ্জনা নামৰ কোন তুমি ?…