app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Nishigandha, Listen the song  Nishigandha, Play the song  Nishigandha, Download the song  Nishigandha

Nishigandha


Nishigandha, Listen the song  Nishigandha, Play the song  Nishigandha, Download the song  Nishigandha

Nishigandha

About
Artist :Zubeen Garg,Sannidhya Bhuyan
Genre :Classical
334.61K Plays
Composition - Sannidhya Bhuyan Music - Aarxslan Mix & Master - Rajnish Saikia Lyrics - Rajib Bhuyan Guitar - Hirak Jyoti Sarma
Copyright © Baahi Originals

Lyrics
নিশিগন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আউঁসী জোনাকে বিনাশী পোহৰৰে মেলা পাতে মনৰে পদুলি উদুলি-মুদুলি মন ভৰে উলাহতে… মনৰে কতনা গুপুত এষণা পলকতে মিচিকিয়াই হিয়াৰে যাতনা অলেখ বেদনা নিমিশতে পাহৰাই মন বিবসনা মূকলি জপনা তোমাৰে সুবাস পাই হিয়াৰে থাপনা তোমাৰেই কামনা আশাৰে আছো বাট চাই নিশিগন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আউঁসী জোনাকে বিনাশী পোহৰৰে মেলা পাতে মনৰে পদুলি উদুলি-মুদুলি মন ভৰে উলাহতে…
×