O Mama Saai Thaak
Similar songs
Noga Sange Sange
Krishnamoni Chutiya,Vitali Gogoi03:59
Akhila Boga Kagojote (Mejangkori, Vol. 1)
Akash Pritom,Nilakshi Neog04:47
Mone Mone
Zubeen Garg04:16
Beka Beki Koi
Zubeen Garg05:06
Rimjhim
Zubeen Garg05:38
Junaak 2020
Pranjal Tamuli04:25
Subo Khuje Muk
Rupanjoli Neog05:12
Akhila Boga Kagojote
Akash Pritom,Nilakshi Neog4:47
Abhiman Korile
Akash Nibir,Nilakshi Neog04:33
Peticoat
Mahendra Hazarika05:20
Similar Songs
Noga Sange Sange
Krishnamoni Chutiya,Vitali Gogoi
Akhila Boga Kagojote (Mejangkori, Vol. 1)
Akash Pritom,Nilakshi Neog
Mone Mone
Zubeen Garg
Beka Beki Koi
Zubeen Garg
Rimjhim
Zubeen Garg
Junaak 2020
Pranjal Tamuli
Subo Khuje Muk
Rupanjoli Neog
Akhila Boga Kagojote
Akash Pritom,Nilakshi Neog
Abhiman Korile
Akash Nibir,Nilakshi Neog
Peticoat
Mahendra Hazarika
About song
Genre :Pop
169 Plays
Music: Pulak Nath
Tune: Sonit Sankar
Lyricist: Sonit Sankar
Composition:
Copyright © D10 Media Network
Lyrics
অ মামা দি দিলা
লাখে লাখে চাকৰি
আমাৰ পিছে ভাগ্যতহে নহ'ল
অ মামা নাপালোঁ
চৰকাৰী চাকৰি
আমাৰ লিখা পঢ়াই যে নহ'ল।
চাই থাক চাই থাক
অ আমাৰ ভেবা লাগি ৰ লাগি
লগৰ বোৰে পায়ে গ'ল চাকৰি
সিহঁতৰহে লাগিল গতি
ধুনীয়া ধুনীয়া ছোৱালী
নাচাও নাচাও আৰু মই
সিহঁতৰ মন পাবলৈতো মই
চাকৰিয়াল নহয়।
চাকৰিয়াল ল'ৰা আহি
দুদিন পিছত বিয়া পাতি
লৈয়ে যাব চাই থাকোঁতে
ধুনীয়া বোৰক।
আমিযে বেকাৰ ভাই
আমাৰ কোনো দাম নাই
থাকিলে চাকৰি সঁচাকে
কথাই যে বেলেগ ভাই।
খাই থাক খাই থাক
অ আমাৰ ঢোকে ধোকে খাই থাক
লাওপানী চুলাই মদ গিলি লৈ
সপোনতে ডুবি থাক।
কটিয়া মটিয়া এজনীক
চপাই লৈ আনিম মই
দুখীয়া হলেও কথা নাই
সংসাৰখন ৰচিম মই
বিধাতাৰ লিখনি
নাছিলেই কিজানি
এইখন মোৰ সঁচাই বাৰু
কপালনে চোতাল।
আমিহে বেকাৰ ভাই
আমাৰ কোনো দাম নাই
থাকিলে চাকৰি সঁচাকে
কথাই যে বেলেগ ভাই