Oi Jaan
Similar songs
Morom Bisari Ahiso
Paapu Pallab03:23
Khetiyokor Lora Moi
DIPANKAR BASUMATARY,Anjali Mali04:04
Shivar Darpasurna
Zubeen Garg08:16
Morom 2020
Debajeet Gogoi04:00
Morom 2021
Basanta Deka04:36
NIBEDITA
MANTU MRINAL, JAYSHREE DEKA04:25
Morom Bhora Dihing
Aveenab Kashyap Moran03:54
04:33
Khetiyokor Lora
Dipankar Basumatary04:03
Jaya Jaya Jadobo
Prantika Deka,Bitupan Bora08:25
Similar Songs
Morom Bisari Ahiso
Paapu Pallab
Khetiyokor Lora Moi
DIPANKAR BASUMATARY,Anjali Mali
Shivar Darpasurna
Zubeen Garg
Morom 2020
Debajeet Gogoi
Morom 2021
Basanta Deka
NIBEDITA
MANTU MRINAL, JAYSHREE DEKA
Morom Bhora Dihing
Aveenab Kashyap Moran
Rupa
Rohit Sonar,Priyanka Bharali
Khetiyokor Lora
Dipankar Basumatary
Jaya Jaya Jadobo
Prantika Deka,Bitupan Bora
About song
Album: Oi Jaan
Genre :Romantic
6101 Plays
Music Director:Dipkesh borgohain
Tune: mridu , dulumoni Saikia
Lyricist: dulumoni Saikia , Mridu
Composition: dulumoni Saikia , mridu
Copyright © Shine Records
Lyrics
ল'ৰা : ফুলক মই ভাল পাঁও কাইঁটক নহয়
তোমাক মই ভাল পাঁও আনক নহয়
উঠোতে বহোতে তোমাৰে ছবিটি
অগা দেৱা কৰি থাকে দুচকুৰ আগত
অ' তুমি সঁচাকে কোৱাচোন
মোলৈ তোমাৰ পৰেনে মনত...
ছোৱালী : ঐ জান মন অজানিতে দিছিলো
ঐ জান হিয়া অজানিতে সপিলো
মাথো কোৱা হে নহ'ল তোমাক
এনে এদিন আহিব,সময়ে ৰং সিঁচিব
দুয়ো গাম মিলনৰে গান
দুয়ো গাম মিলনৰে গান
ল'ৰা : ফুলক মই ভাল পাঁও কাঁইটক নহ'য়
তোমাক মই ভাল পাঁও আনক নহ'য়
ল'ৰা : নদীক ভাল পাঁও মৰুভূমিক নহ'য়
সঁচাই ভাল পাঁও তোমাক অভিনয় নহ'য়
ৰিঙা ফাগুণ বুকুত তোমাৰ মৰম ফাঁকু
চতিয়াই কেতিয়াকে দিবাহি কোৱা
অ' তোমাক সপোনত বিচাৰি
শিতানৰ গাৰু সাৱতো...
ছোৱালী : ইমান মৰম সানি নিদিবা এনেকৈ
লাজতে মৰি যাম জানানে সঁচাকৈ
বুকু কপিছে কিবাকৈ
ল'ৰা :ঐ মনক বুজাও কেনেকৈ
শুনো উশাহত তোমাক বান্ধি লৈ
ছোৱালী: অ' সপোন দুচকুত মইও আঁকি লৈ
সঁজাও হিয়া তোমাৰে মৰম হৈ
ল'ৰা : ফুলক মই ভাল পাঁও কাইঁটক নহয়
তোমাক মই ভাল পাঁও আনক নহয়।।