Baahi by xomoy
Color beam

Rename playlist

Oi Jaan, Listen the songs of  Oi Jaan, Play the songs of Oi Jaan, Download the songs of Oi Jaan

Oi Jaan

Similar Songs

About song

Artists :Neel Akash,Nitumoni Borah
Album: Oi Jaan
Genre :Romantic
5633 Plays
Music Director:Dipkesh borgohain
Tune: mridu , dulumoni Saikia
Lyricist: dulumoni Saikia , Mridu
Composition: dulumoni Saikia , mridu
Copyright © Shine Records

Lyrics

ল'ৰা : ফুলক মই ভাল পাঁও কাইঁটক নহয়
তোমাক মই ভাল পাঁও আনক নহয়
উঠোতে বহোতে তোমাৰে ছবিটি
অগা দেৱা কৰি থাকে দুচকুৰ আগত
অ' তুমি সঁচাকে কোৱাচোন
মোলৈ তোমাৰ পৰেনে মনত...

ছোৱালী : ঐ জান মন অজানিতে দিছিলো
ঐ জান হিয়া অজানিতে সপিলো
মাথো কোৱা হে নহ'ল তোমাক
এনে এদিন আহিব,সময়ে ৰং সিঁচিব
দুয়ো গাম মিলনৰে গান
দুয়ো গাম মিলনৰে গান

ল'ৰা : ফুলক মই ভাল পাঁও কাঁইটক নহ'য়
তোমাক মই ভাল পাঁও আনক নহ'য়

ল'ৰা : নদীক ভাল পাঁও মৰুভূমিক নহ'য়
সঁচাই ভাল পাঁও তোমাক অভিনয় নহ'য়
ৰিঙা ফাগুণ বুকুত তোমাৰ মৰম ফাঁকু
চতিয়াই কেতিয়াকে দিবাহি কোৱা
অ' তোমাক সপোনত বিচাৰি
শিতানৰ গাৰু সাৱতো...

ছোৱালী : ইমান মৰম সানি নিদিবা এনেকৈ
লাজতে মৰি যাম জানানে সঁচাকৈ
বুকু কপিছে কিবাকৈ

ল'ৰা :ঐ মনক বুজাও কেনেকৈ
শুনো উশাহত তোমাক বান্ধি লৈ
ছোৱালী: অ' সপোন দুচকুত মইও আঁকি লৈ
সঁজাও হিয়া তোমাৰে মৰম হৈ

ল'ৰা : ফুলক মই ভাল পাঁও কাইঁটক নহয়
তোমাক মই ভাল পাঁও আনক নহয়।।

Sign in

Install Baahi app to download song

Install Baahi app to download song