Baahi by xomoy
Color beam

Rename playlist

Ragi Loga Koneng, Listen the songs of  Ragi Loga Koneng, Play the songs of Ragi Loga Koneng, Download the songs of Ragi Loga Koneng

Ragi Loga Koneng

Similar Songs

About song

Artists :Bandita Borah
Genre :Romantic
6003 Plays
Music: Nilutpal Choudhury
Tune:
Lyricist: Neha Garg
Composition:
Copyright © Inreco

Lyrics

ভাললগা ৰং ভালপোৱা
হাজাৰ সেউজীয়া
ভাললগা গীত ব'হাগ ব'হাগ
মই নাচনী তই ঢুলীয়া

তই লৃগাং, তই ঐনিতম
মই হওঁ গুমৰাগ
ৰাগী লগা কনেং মই
তই অনুৰাগ

সোণ জিলিকা সোৱণশিৰি
সলাজ সলাজ কঠিয়া
গেঁৰমেলা আহিনৰ খিলখিলনি
প্ৰেমৰ সাঁকো যেন বিৰিয়া

আপং নিচা তোৰে হাঁহি
হেঁপাহ নৈপৰীয়া
ৰিবি গাছেং গাতে পিন্ধি
চেনাই মই বলিয়া

চিফুঙৰে মিঠা সুৰ
সুৰে বান্ধে মৰমবোৰ
মৰমে মৰমত সাজে
সপোন তুলবুলীয়া
ৰিবি গাছেং গাতে পিন্ধি
চেনাই মই বলিয়া

Sign in

Install Baahi app to download song

Install Baahi app to download song