Ragini
Similar songs
Epahi Gulap
Rituraj Sarma04:42
03:39
Senehor Bahagi 2024
Kiranya Devi04:40
Aporajita
Ganadip Kakati,Jyoti Sarma04:10
Asha
Pranjal Parash01:40
Likhi lo
Gitali Devi03:57
Tumaloi Morom Jiman
Joy Nirvan,Minakshi Kalita04:24
Snigdha Junak
Navajyoti Lekharu,Ananya Goswami05:06
Gogoi Lora
Dipannita Mahanta04:11
Dukhiyar Ghorote
Mitil Jack04:48
Similar Songs
Epahi Gulap
Rituraj Sarma
Sitpokhila
Mayurpankhi Chetia,Hopun Saikia,Mukunda Saikia
Senehor Bahagi 2024
Kiranya Devi
Aporajita
Ganadip Kakati,Jyoti Sarma
Asha
Pranjal Parash
Likhi lo
Gitali Devi
Tumaloi Morom Jiman
Joy Nirvan,Minakshi Kalita
Snigdha Junak
Navajyoti Lekharu,Ananya Goswami
Gogoi Lora
Dipannita Mahanta
Dukhiyar Ghorote
Mitil Jack
About song
Genre :Romantic
2992 Plays
Song : Ragini
Singer : Amar Sivam & Parvira Ahmed
Composer : Amar Sivam
Lyricist : Dhananjay Ray
Music Producer : Abhi Aurum
Mix & Mastering : Amar Sivam
Recorded at @ DREAM STUDIOS , Goalpara (Assam)
Copyright © Amar Sivam
Lyrics
পোহৰ হোৱা হৃদয় খনিত
এজাক সপোন ফুলিল
দিঠক হোৱা ৰাতিৰ সপোন
জোন তাত জিলমিল
শুকান হৃদয়ৰ তুমি
স্নিগ্ধ সুবাস
ৰাগিনী তুমি মোৰ
প্ৰতিটো পুৱাৰ
তুমি আহিবা তুমি বুজিবা
এয়াচোন আমাৰ হাঁহি
তুমি বহিবা মোৰ প্ৰণয়ৰ
নীলা দুৱাৰ খুলি ।
Music…
হৃদয়ৰ আৱৰণ
ফালি সোমোৱাহি
মৰম বুকুত আছে
তুমি লোৱাহি
শাওনৰ পথাৰৰে
তুমি ৰোৱনী
আৱেগৰ মেলানিত
তুমিয়েই ৰাগিণী
তুমি আহিবা তুমি বুজিবা
এয়াচোন আমাৰ হাঁহি
তুমি বহিবা মোৰ প্ৰণয়ৰ
নীলা দুৱাৰ খুলি
পোহৰ হোৱা হৃদয় খনিত
এজাক সপোন ফুলিল
দিঠক হোৱা ৰাতিৰ সপোন
জোন তাত জিলমিল
শুকান হৃদয়ৰ তুমি
স্নিগ্ধ সুবাস
ৰাগিনী তুমি মোৰ
প্ৰতিটো পুৱাৰ ।।