Rodali
Similar songs
Similar Songs
About song
Genre :Modern
343 Plays
Music: Pankaj PuNK
Lyricist: SARND
Composition: Pankaj PuNK
Copyright © Youth Entirety Production
Lyrics
ৰ'দালি এ ৰ'দ দে অলপমান হাহি দে
আলি কাটি জালি দিম বৰ পীৰা পাৰি দিম
আলি কাটি জালি দিম বৰ পীৰা পাৰি দিম
তাতে বহি ৰ'দ দে
কুলিটিয়েও বিনালে কেতেকীয়েও বিনালে
গাঁৱৰ সংঘত নাচনীয়ে বিহু নাচ শিকিছে
দিবানে মোক নাচনী ঢুলীয়া মোক হ'বলে
দিবানে মোক নাচনী ঢুলীয়া হ'ম তোমাৰে
দুহাততে জেতুকা বোলাই লৈ আহিবা
কুমলীয়া দেহাতে মূগাৰে সাজ মেৰিয়াই
ঢুলৰে চেৱতে হালি-জালি নাচিবা
মিচিকিয়া হাহিলৈ ককাঁল ঘুৰাই ঘুৰাই
ৰ'দালি এ ৰ'দ দে অলপমান হাহি দে
আলি কাটি জালি দিম বৰ পীৰা পাৰি দিম
তাতে বহি ৰ'দ দে
Music
তাঁতৰে শালতে বৈচানে মোলৈ বিহুৱান
আঁহতৰ তলতে ৰৈ থাকিবা কৰি অভিমান
মোৰ হিয়াতে তোমালে কিমান মৰম কেনেকৈ বুজাম
দুগালে দুচুমা যাচিয়েই দিম মৰমৰ প্ৰমান
কোমলকৈ ওঠত ৰঙা বৰহমথুৰি
দুভৰিৰে খোজত গচকি দুবৰি
চাদৰৰে আছল আহিছা মেলি
দীঘলকৈ তোমাৰ মেঘালী চুলি
ঢিলাকৈ খোপাতে কপৌফুল গুজি দিম
লাহেকৈ দুহাতে তোমাকে সাৱটিম
কেকোৰা গাতৰে সুতুলী মই সাজি দিম
আগলি বাঁহৰে গগণা মই আনি দিম
ৰ'দালি এ ৰ'দ দে অলপমান হাহি দে
আলি কাটি জালি দিম বৰ পীৰা পাৰি দিম
তাতে বহি ৰ'দ দে ।।
Music