Baahi by xomoy
Color beam

Rename playlist

Rongali Bihuti, Listen the songs of  Rongali Bihuti, Play the songs of Rongali Bihuti, Download the songs of Rongali Bihuti

Rongali Bihuti

Similar Songs

About song

Artists :Amar Sivam,KLANZ,Archana Bordoloi
Genre :Bihu
2540 Plays
Music Director: KLANZ
Tune: Amar Sivam
Lyricist: Archana Bordoloi
Composition: Amar Sivam
Copyright © Amar Sivam

Lyrics

বহাগৰ বিহুটি আহিল ঐ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
অ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
আমাৰে নাচনী ঢোলৰে চেওতে নাচিবলে সাজু হল
হে নাচনী নাচিবলে সাজু হল

বহাগৰ বিহুটি আহিল ঐ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
অ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
আমাৰে নাচনী ঢোলৰে চেওতে নাচিবলে সাজু হল
হে নাচনী নাচিবলে সাজু হল
অ নাচনী ঐ মোলে হে তই বিহুৱান বৈছো নে নাই
হে নাচনী ঐ ৰৈ আছোঁ মই তোলৈ জানো বাট চাই

Music...

ঐ জান তই বুজিছোনে নাই
থাকিমনো কিমান মই তোলৈ বাট চাই
ৰাতি-ৰাতি মোক শুব নিদিয়ে
দুটি নয়নে তোৰ অামনি কৰে
তোৰে মুখনি দেখি লাগে শুৱনি
বুকুতে বাজিছে হৃদয়ৰে কঁপনি

ৰঙালী বিহুটি আহিল ঐ মাজনী গছতে কপৌ ফুলিল
হে মাজনী গছতে কপৌ ফুলিল
কুলি কেতেকীয়ে বিনালে মাজনী বিহু নাচিবলে যাওঁ
হে মাজনী বিহু নাচিবলে যাওঁ

Sign in

Install Baahi app to download song

Install Baahi app to download song