Rongali Bihuti
Similar songs
Uttar Lakhimpur Dibrugarh
Rupam Das04:11
Moni Baruah
Rituraaz Ranjan03:16
Luitor Saporit
Mousam Gogoi05:06
Baraxunor Botor
Brij Hitesh04:38
Nal Birina Hale
Zubeen Garg,Bornali Kalita04:52
Kotkiya Ruboloi
Mousam Gogoi04:38
Akakhi Lota Hipa Nai
Rupam Das04:04
Chuiti Chuti
Krishnomoni Chutia05:39
Nol Birina
Zubeen Garg04:21
Similar Songs
Uttar Lakhimpur Dibrugarh
Rupam Das
Moni Baruah
Rituraaz Ranjan
Luitor Saporit
Mousam Gogoi
Baraxunor Botor
Brij Hitesh
Nal Birina Hale
Zubeen Garg,Bornali Kalita
Kotkiya Ruboloi
Mousam Gogoi
Akakhi Lota Hipa Nai
Rupam Das
Chuiti Chuti
Krishnomoni Chutia
Nol Birina
Zubeen Garg
About song
Genre :Bihu
2964 Plays
Music Director: KLANZ
Tune: Amar Sivam
Lyricist: Archana Bordoloi
Composition: Amar Sivam
Copyright © Amar Sivam
Lyrics
বহাগৰ বিহুটি আহিল ঐ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
অ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
আমাৰে নাচনী ঢোলৰে চেওতে নাচিবলে সাজু হল
হে নাচনী নাচিবলে সাজু হল
বহাগৰ বিহুটি আহিল ঐ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
অ মাজনী , বিহুৰ ঢোল-পেঁপা বাজিল
আমাৰে নাচনী ঢোলৰে চেওতে নাচিবলে সাজু হল
হে নাচনী নাচিবলে সাজু হল
অ নাচনী ঐ মোলে হে তই বিহুৱান বৈছো নে নাই
হে নাচনী ঐ ৰৈ আছোঁ মই তোলৈ জানো বাট চাই
Music...
ঐ জান তই বুজিছোনে নাই
থাকিমনো কিমান মই তোলৈ বাট চাই
ৰাতি-ৰাতি মোক শুব নিদিয়ে
দুটি নয়নে তোৰ অামনি কৰে
তোৰে মুখনি দেখি লাগে শুৱনি
বুকুতে বাজিছে হৃদয়ৰে কঁপনি
ৰঙালী বিহুটি আহিল ঐ মাজনী গছতে কপৌ ফুলিল
হে মাজনী গছতে কপৌ ফুলিল
কুলি কেতেকীয়ে বিনালে মাজনী বিহু নাচিবলে যাওঁ
হে মাজনী বিহু নাচিবলে যাওঁ