app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Rupali Junak, Listen the song  Rupali Junak, Play the song  Rupali Junak, Download the song  Rupali Junak

Rupali Junak


Rupali Junak, Listen the song  Rupali Junak, Play the song  Rupali Junak, Download the song  Rupali Junak

Rupali Junak

About
Artist :Nikhil Chetry,Suddhit Sonowal,Pankaj PuNK
Genre :EDM
1.77K Plays
Song - Rupali Junak (Single) Vocal's - Nikhil Chetry & Suddhit Sonowal Music / Mix & Master - Pankaj PuNK Lyrics - Suddhit, Abhijit, Naba
Copyright © Youth Entirety Production

Lyrics
প্ৰেমৰে নৈ বুুকুতে আছে বৈ তুমি মোৰে সৰগৰে মেনকা অই তোমাৰ নামকে লৈ লিখিবলে মন অই কোনেও নিলিখা এটি কবিতা অই৷ তোমাৰ কুমলীয়া হিয়াতে মোক জিৰাব দিবানে তোমাৰ গুলপীয়া ওঁঠেৰে মোক চুমাৰ পৰশ দিবানে (x2) তুমি ৰূপালী জোনাক অ তুমি মোৰে সোণালী সুবাস (x2) M U S I C - - - - - - - - - - প্ৰেমৰে বেহেলা বুকুতে বজালা মিচিকি হাঁহিয়ে মন মোহিলা মোৰ হিয়াৰে ভাষাবোৰ নকয় ও বুজিলা অজানিতে আহি মন কাঢ়িলা কিনো গীতৰে সুৰ মোৰ বুকুতে বজালা নেদেখিলে তোমাকে মন হয় বলিয়া তুমি মোৰ সপোন তুমি মোৰে দাপোণ তুমি ৰূপালী জোনাক অ তুমি মোৰে সোণালী সুবাস (x2)
×