Sinaki Pokhi
Similar songs
Bhumistha
Rupam Bhuyan04:19
Aastha
Subhrajit Baruah04:57
The Lockdown Song
Raaj J. Konwar03:04
Itor Prani
TRIV03:21
Tandab of Pandab
Neel Akash,Komal Chandra Nath04:48
Shyamolima
Chandan Das3:59
Ei Mon
Navneel05:07
Neela Xiyal
Torie3:25
Kasiyoli
Lakhya Pratim Bharadwaj04:48
I am in Love
Antara Das04:42
Similar Songs
Bhumistha
Rupam Bhuyan
Aastha
Subhrajit Baruah
The Lockdown Song
Raaj J. Konwar
Itor Prani
TRIV
Tandab of Pandab
Neel Akash,Komal Chandra Nath
Shyamolima
Chandan Das
Ei Mon
Navneel
Neela Xiyal
Torie
Kasiyoli
Lakhya Pratim Bharadwaj
I am in Love
Antara Das
About song
Genre :Rock
4974 Plays
Lyrics : Lakhimi Saikia Borah
Composed : Amar Jyoti Gayon
Music : Banchan Borkotoky
Mix / Mastering: Subham Pathak (chhattisgarh)
Guitars : Bhaskar Saikia
Bass : Ankush Saikia aka Guddu
Drums : Joy Das
Violin : Manash Saikia
Copyright © Anurag Dutta
Lyrics
ক'তেনো হেৰাল মোৰ চিনাকি পখী
ঘৰমুৱা হৈ কিয় অহা নাই উভতি,
ক'তেনো হেৰাল মোৰ চিনাকি পখী
ঘৰমুৱা হৈ কিয় অহা নাই উভতি।
মৰম আকলুৱা
মন ভাগৰুৱা,
মৰম আকলুৱা
মন ভাগৰুৱা।
বিচাৰি বিচাৰি তোক.....
খালোঁ হাবাথুৰি!
ক'তেনো হেৰাল মোৰ চিনাকি পখী
ঘৰমুৱা হৈ কিয় অহা নাই উভতি,
ক'তেনো হেৰাল মোৰ চিনাকি পখী।
কাৰ পৰশত তই আছ গৈ উমলি,
সেন্দুৰীয়া হ'ল আজি আবেলিৰে বেলি।
আবেগৰে বৰষুণ
দুচকুতে সৰে চোন,
আবেগৰে বৰষুণ
দুচকুতে সৰে চোন।
আহিবি নে কাষৰলৈ
দুপাখি মেলি!
ক'তেনো হেৰাল মোৰ চিনাকি পখী।
নিজান দুপৰত
আহঁতৰে তলত
সৰাপাতে নিচুকাই উকা হৃদয়ত
নিজান দুপৰত
আঁহতৰে তলত
সৰাপাতে নিচুকাই উকা হৃদয়ত
স্পন্দিত কলিজাত
নিদিবি তই আঘাত
স্পন্দিত কলিজাত
নিদিবি তই আঘাত
মৰহিব ভালপোৱা.....
বিৰহৰ ধুমুহাত
বিৰহৰ ধুমুহাত !!