Smriti
Similar songs
Jibon
Pradyut Jumon03:17
Premor Xubakh
Koushik Das,STANNiUM03:53
Aauxir Jon Mor
Ridipta Sharma4:00
Hepah
Sumita Garg03:41
Ngok Lulamanam Agom
D Sankar gam03:43
Roi Asu Moi
Sonit Khound,Tanmitra05:06
Jabore Xomoyote
Uddipta Bharali04:18
Protipol
David Kashyap03:32
Niyoror Tupale
Vicky Kalita4:00
PURNIMA
FARID HUSSAIN04:19
Similar Songs
Jibon
Pradyut Jumon
Premor Xubakh
Koushik Das,STANNiUM
Aauxir Jon Mor
Ridipta Sharma
Hepah
Sumita Garg
Ngok Lulamanam Agom
D Sankar gam
Roi Asu Moi
Sonit Khound,Tanmitra
Jabore Xomoyote
Uddipta Bharali
Protipol
David Kashyap
Niyoror Tupale
Vicky Kalita
PURNIMA
FARID HUSSAIN
About song
Album: SMRITI
Genre :Pop
56605 Plays
Vocal & composition - Sannidhya Bhuyan .
Music composed & produced - Bozropat Music (RAJ x RON).
Lyrics - Rajib Bhuyan .
Flute - Himangshu Borah.
Mix and Mastering - Rajnish Saikia.
Poster design - Ritu.
Artwork & Animation - Ritik Ranjan Nath
Copyright © BOZROPAT MUSIC
Lyrics
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল''ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল''ৰালিৰে গীত গাও..
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল''ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল''ৰালিৰে গীত গাও ..
মন প্ৰাণ উতলা কৰা
সপোনে সাৱটি ধৰা
স্মৃতি পাপৰি হিয়া ভৰি আছে জানা ..
বুকুৰ উমেৰে ভৰা
সুৰৰে শ্ৰুতি ধাৰা
আবেগে ভৰা মূৰ্চনা..
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল''ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল''ৰালিৰে গীত গাও
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল''ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল''ৰালিৰে গীত গাও..
ভাবনাতে জিলিকে মুখ খনি
ল''ৰালিৰে সংগী তুমি জনি
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ..
ভাবনাতে জিলিকে মুখ খনি
ল''ৰালিৰে সংগী তুমি জনি
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ..
মন প্ৰাণ উতলা কৰা
সপোনে সাৱটি ধৰা
স্মৃতি পাপৰি হিয়া ভৰি আছে জানা
বুকুৰ উমেৰে ভৰা
সুৰৰে শ্ৰুতি ধাৰা
আবেগে ভৰা মূৰ্চনা
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল''ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল''ৰালিৰে গীত গাও
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল''ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল''ৰালিৰে গীত গাও..