Artists :Jitendra Jeet,Kangkana KakatiGenre :Modern70 PlaysMusic Director: Chandan MahantaTune: Kalpa Jyoti MedhiLyricist: Kalparaaj DekaMix : Nilutpal XobdoCopyright © VsonusLyricsLyricsছোৱালী- অ’ চকুলে চালে তইবুকুত মৰম নদী বয়তই নহ'লেদিঠকো সপোন হয় ।ল'ৰা- তোৰ বাবেই আছোঁ মইবুজিছই চাগে তইএপাহি গোলাপ হৈবুকুত আছ তই ।উশাহতে জাননেতয়েই সঁচাকেবতাহতো জাননেভাৱনা তোৰ সঁচাকে । ছোৱালী- দূৰে দূৰে নৰ'বি তই অভিমান কৰিকাষতে তই নহ'লেমনে কৰে আমনি ।ল'ৰা- কাষতে মই থাকিমেঅভিমান কৰিলেওদুবাহুৰে সাৱতিবুকুতে মই ৰাখিমে ।ছোৱালী- অ' তোৰ বাবেই আছোঁ মইবুজিছই চাগে তইএপাহি গোলাপ হৈবুকুত আছ তই ।ল'ৰা- উশাহতে জাননেতয়েই সঁচাকেবতাহতো জাননেভাৱনা তোৰ সঁচাকে ।ছোৱালী- অ' চকুলে চালে তইবুকুত মৰম নদী বয়...... ল'ৰা- তোৰ বাবেই আছোঁ মই বুজিছই চাগে তই...