Artist :Amar Sivam,KLANZ
Genre :EDM
404 Plays
◾ Music Producer : KLANZ
◾ Music Composer : Amar Sivam
◾ Lyricist : Mousumi Ojha
◾ Additional Lyricist : Amar Sivam
◾ Recorded at "DREAM STUDIOS" Goalpara
Copyright © NA
Lyricsএছাটি বতাহে মোক গোপনে
জীৱনৰে ৰামধেনুৰ ৰং সলায়
তোমাৰ হাঁহিতে মোৰ সপোনে
সেমেকা দুচকুয়ে সুখৰে বাগৰ সলায়
এসাগৰ মৰম বুকুৱেদি বৈ যায়
তোমাৰে মিচিকিয়া হাঁহিত
ৰ''দে হাঁহে,বৰষা নামে
সপোনে যেন কৰেহি আমনি
বিচাৰি মৰমৰে সুবাস
তোমাৰ হিয়াৰ ভাঁজতে
হৃদয়ে যেন তোমাকে ধিয়ায়
আলসুৱা মনে তোমাকে বিচাৰে অজানিতে
তুমিয়েইতো মাথোঁ মোৰ বুকুৰ ভাঁজে ভাঁজে
এছাটি বতাহে মোক গোপনে
জীৱনৰে ৰামধেনুৰ ৰং সলায়
তোমাৰ হাঁহিতে মোৰ সপোনে
সেমেকা দুচকুয়ে সুখৰে বাগৰ সলায়

Preyoxi

Jaanmoni Title Track

Sengnang

Chotore Oi Akakhot

Jil Mil
