Tumar Hahi
Similar songs
SLIME
Monjit 9902:31
Raati
Mrinal Mon05:09
Bhul Koru
D VIBE$02:43
Destroyed
Ranbeer Kalita01:31
Hridoy
Krishanu Das02:34
Neherau Buli
Manab Nath02:33
DETROIT FROM MLD
DETROIT DYG02:28
Kyun
AASHU,Sllice02:49
Deuta!
YOD03:05
Eikhoni Gaon Bukur Apun (Rap Version)
DETROIT DYG,Jordan,Yu9g Nicky02:54
Similar Songs
SLIME
Monjit 99
Raati
Mrinal Mon
Bhul Koru
D VIBE$
Destroyed
Ranbeer Kalita
Hridoy
Krishanu Das
Neherau Buli
Manab Nath
DETROIT FROM MLD
DETROIT DYG
Kyun
AASHU,Sllice
Deuta!
YOD
Eikhoni Gaon Bukur Apun (Rap Version)
DETROIT DYG,Jordan,Yu9g Nicky
About song
Album: Upohar
Genre :Hip Hop
3 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Owooooo
দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
(yeah, yeah, owoo, oowoo)
দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ)
দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই
Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ)
.
কোন সঁৰগৰ পৰা আহিছা বাৰু তুমি কোৱা মোক (yeah, yeah)
Friend ক call কৰি সুধিছিলো তোমাৰেই যে নামটো মই (why)
তাৰ পিছত কৰিলোঁ search চাৰি ঘণ্টা
বিচাৰিছোঁ তোমাক give up মই নাই কৰা (নাই)
মনে কলে আৰু request টো দিলোঁ পঠাই (দিলোঁ)
তোমাৰ নাম আছিল বেলেগ but মই পালোঁ তোমাক (পালোঁ)
Happy থাকিবলে মইযে তোমাকেই চাওঁ
তুমি দিয়া মৰম নুহুধিলেও মোকযে ইমান
সুখৰ আন এটা defination হলা তুমি
সেইবাবে care কৰোঁ তোমাৰেই বহু বেছি (yeah)
Protect কৰিম মই তোমাক at any cost (yeah)
নাই একো স্বাৰ্থ just মনত আছে love (love)
সময় ঘুৰাম কাৰণ তুমিয়েই দিয়া প্ৰেৰণা
Over & over মই তোমাৰ বাবে পগলা
কোনে জানে হবলে আছে কিযে কালি (yeah)
জীয়াইছো মোৰ সময়বোৰো যেন নাই কালি (কালি)
সপোনতো মই দেখো তোমাকেই আজি (আজি)
Late night তুমি wake company দিও আজি (yeah, yeah)
দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ)
দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই
Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ)
আগতে আছিলোঁ মই বহু ভাগৰুৱা (yeah, yeah)
কিন্তু তুমি হলা জীয়াবলে প্ৰেৰণা (প্ৰেৰণা)
Stuck মই আছিলোঁ তুমি ৰাস্তা দিলা (woah)
Low মোৰ জীৱন তুমি মোক high ৰাখা (yeah)
Feelings বোৰে মোক কৈ থাকে তোমাৰ নাম
নকৰোঁ ignore কাৰণ তুমি prior হয় (হয়)
I feel myself যেতিয়া তুমি মোৰ কাষত.
Overthink কৰি মই পালোঁ কিছু উত্তৰ
তোমাৰ হাঁহিৰ বাবে মোৰ জীৱনত পোহৰ (woah)
কিছু কথা আছে ৰৈ মোৰ মনৰ মাজত (মাজত)
আৰু ৰৈ ৰাখে এনেকে মোৰ মনৰ মাজত (yeah)
আৰু ৰৈ থাকিব এনেকে মোৰ মনৰ মাজত (yeah, yeah)
দেখাপোৱাৰেই পৰা তোমাৰ হাঁহি মই
Save কৰি দিলোঁ চিধা হৃদয়তে মোৰ (হৃদয়তে মোৰ)
দেখাপোৱাৰেই পৰা তোমাৰ ছবি মই
Save কৰি দিলোঁ লগতেই Phone ত মোৰ (Phone ত মোৰ)