Tumi Jana Ne
Similar songs
Premor Xubakh
Pratikhya Sarma,Dikshu Sarma04:37
Tumi Tumi Moromor
Bhagyashri Maina,Kanak Jyoti04:00
Dengkhw
Nitamoni Boro03:49
Niribili Xondhiyate
Kankana Kashyap03:47
Mon Moromi
Haradri Deepa,Shantanu Kaushik05:30
Akhoni Nila
Gaurisankar Das,Papori Gogoi03:24
Nirupoma
Zustin04:27
Xitore Xemeka Rati
Sushmita Trisha Das05:30
Anusaya
Swaraj Das04:16
Mukuta Akhore
Montumoni Saikia04:29
Similar Songs
Premor Xubakh
Pratikhya Sarma,Dikshu Sarma
Tumi Tumi Moromor
Bhagyashri Maina,Kanak Jyoti
Dengkhw
Nitamoni Boro
Niribili Xondhiyate
Kankana Kashyap
Mon Moromi
Haradri Deepa,Shantanu Kaushik
Akhoni Nila
Gaurisankar Das,Papori Gogoi
Nirupoma
Zustin
Xitore Xemeka Rati
Sushmita Trisha Das
Anusaya
Swaraj Das
Mukuta Akhore
Montumoni Saikia
About song
Genre :Bihu
341 Plays
Lyrics:- Prodip
Tune:- Nirupam Gaonkhuwari
Music:- Pulak Nath
Mix-Mastering:- Palash Gogoi
Copyright © Music House
Lyrics
তুমি জানা নে নাজানা
লৰা__ তুমি জানা নে নাজানা তুমি মোৰে সপোন
তুমি বুজা নে নুবুজা তুমি মোৰে আপোন৷
ছোৱালী__ তুমি জানা নে নাজানা মইও তোমাৰেই সপোন
তুমিও বুজা নে নুবুজা মই তোমাৰেই আপোন৷
ছোৱালী__কত যে ৰাতি কটালো মই উজাগৰী
কত যে দিন পাৰ কৰো তোমাক ভাবি ভাবি৷
লৰা__ ঐ মন যে নভৰে তোমাৰেই আশাত
অ' হিয়া যে নুজুৰে তোমাৰেই কথাত৷
ছোৱালী__তুমি জানা নে নাজানা মইও তোমাৰেই সপোন
তুমিও বুজা নে নুবুজা মই তোমাৰেই আপোন৷
লৰা__ অ' বুকুতে গোপনে বাঢ়িছে মোৰ
মৰম তোমালে জানানে সোন ৷
কেতিয়ানো মৰম বোৰ লবা
কেতিয়ানো সাবটি লবা৷
ছোৱালী__ তুমি জানা নে নাজানা তুমি মোৰে সপোন ৷
লৰা__তুমি জানা নে নাজানা মইও তোমাৰেই সপোন ৷
ছোৱালী__তুমি বুজা নে নুবুজা তুমি মোৰে আপোন ৷
লৰা__তুমিও বুজা নে নুবুজা মই তোমাৰেই আপোন ৷