Tumi Nubuja Muk
Similar songs
Mahishasurbardhini (Rap)
Aayush Barman01:30
Kio Mon Beya Hoise (outro)
D VIBE$02:10
Xonor Kharu
Minimi3:07
Sui Mai Dhaga
Rapstar Kandhoiya02:58
Tumar Hahi
D VIBE$03:14
Xopun
Yu9g Nicky02:54
Porisoy (intro)
D VIBE$02:00
Saunni Fwthar
Nnipon Basumatary04:39
Xantona
Ullash03:11
Ujuti
YOD03:14
Similar Songs
Mahishasurbardhini (Rap)
Aayush Barman
Kio Mon Beya Hoise (outro)
D VIBE$
Xonor Kharu
Minimi
Sui Mai Dhaga
Rapstar Kandhoiya
Tumar Hahi
D VIBE$
Xopun
Yu9g Nicky
Porisoy (intro)
D VIBE$
Saunni Fwthar
Nnipon Basumatary
Xantona
Ullash
Ujuti
YOD
About song
Album: Upohar
Genre :Hip Hop
1 Plays
Music: Deep X production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Yeah, yeah, yeah, yeah, yeah, yeah, yeah, yeah, owhhh
কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে (Yeah)
তুমিযে এতিয়া হৃদয়ৰ মাজতে (Owh)
কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে (Yeah)
তুমিযে এতিয়া হৃদয়ৰ মাজতে
ৰৈ, ৰৈ, ৰৈ, ৰৈ, ৰৈ থাকোঁ (ৰৈ থাকোঁ)
জানো তুমি নাহা তথাপিও মই আছোঁ (মই)
মই, মই, মই, মই মই বাৰু (মই বাৰু)
সকলোৰে দৰে নহয় মই থাকোঁ ভাবনাতে
তোমাৰ মন বেয়া হলে গম পাই যাওঁ মোৰ আছে power (Power, yeah)
মই জানো তুমি নকৰা share থাকা তুমি কষ্টত (Owh)
এদিন সপোন দেখো আৰু এদিন কওঁ তোমাকে
যোৱা ৰাতি তুমি আহিছিলা মোৰ সপোনতে (সপোনতে)
কওঁ এতিয়া কাহিনীৰ দৰে যেন তুমি মোৰ ৰানী (তুমি মোৰ ৰানী)
মই বহু serious হৈ গলোঁ ক্ষমা কৰিবানে তুমি (ক্ষমা কৰিবানে তুমি)
কেনেকে (কেনেকে)
মই বুজাও তোমাকে (তোমাকে)
যদিহে (যদিহে)
তুমি নুবুজা মোক (তুমি নুবুজা মোক)
কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে
তুমিযে এতিয়া হৃদয়ৰ মাজতে
কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে
তুমিযে এতিয়া হৃদয়ৰ মাজতে
হৃদয়ত থকা বাবে সময় লাগে ভাল মোক (Yeah, yeah)
নাই presence তোমাৰ মোৰ লগতে, তুমি থাকা সুখী (তুমি থাকা সুখী )
চাব বিচাৰোঁ সেই হাঁহি সদায় যদিহে যাব লগা হয় গুচি
মই যাম গৈ গুচি, মই যাম গৈ গুচি
চকু মেলিলেই তোমাকেই দেখা পাওঁ
বন্ধ কৰিলেই তোমাকেই দেখা পাওঁ (দেখা পাওঁ)
সেইবাবে নিজকে কৰি মই lockdown
হেৰালোঁ চাবি মই বিচাৰিব মন নাই (মন নাই)
No way (No way), মই anti-social (Anti-Social)
বেছিকৈ বাৰু মই introvert (Yeah, introvert)
কেনেকে (কেনেকে)
মই বুজাও তোমাকে (তোমাকে)
যদিহে (যদিহে)
তুমি নুবুজা মোক (তুমি নুবুজা মোক)
কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে
তুমিযে এতিয়া হৃদয়ৰ মাজতে
কেনেকে বাৰু কেনেকে মই বুজাও তোমাকে (তোমাকে)
তুমিযে এতিয়া হৃদয়ৰ মাজতে (হৃদয়ৰ মাজতে)
Yeah, yeah
Owh, owh
Yeah, yeah