Tumi
Similar songs
Anuradha
Tanveer Masoom04:29
Anubhobi Mon
Riyan Saikia,Debasish Nath03:44
Tumi Mathu Tumi
Munna Sarkar,Jahnabi Gogoi03:56
03:07
Tumar Namote
Kaif Tanjilur Rahman,RKXAN,Riyanshi Bhuyan03:45
03:52
Priyotoma
Samiran Kashyap04:04
Ahinor Bhija Bhija
Madhurima Gogoi,Pran Deep Hazarika03:47
Xur Xondhanot
Riyan Saikia04:00
Dawor
Anurag Barua03:57
Similar Songs
Anuradha
Tanveer Masoom
Anubhobi Mon
Riyan Saikia,Debasish Nath
Tumi Mathu Tumi
Munna Sarkar,Jahnabi Gogoi
Duroni
Munna Sarkar,Sanghamitra Saikia
Tumar Namote
Kaif Tanjilur Rahman,RKXAN,Riyanshi Bhuyan
Trikha
Samiran Kashyap,Dritisha Bujar Baruah
Priyotoma
Samiran Kashyap
Ahinor Bhija Bhija
Madhurima Gogoi,Pran Deep Hazarika
Xur Xondhanot
Riyan Saikia
Dawor
Anurag Barua
About song
Album: Tumi
Genre :R and B
26 Plays
Music: Mr BeatsPH
Tune: Rich Key Beats, Starbxy
Lyricist: Debashis Das
Composition: Debashis Das, Jhon Lloyd Mades
Copyright © MOGNO 4EVER RECORDS
Lyrics
নীলাঞ্জনা নামৰ এটি গানৰ সুৰ
তোমাৰ চকুত দেখিলেহি ওলাই মোৰ
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
কৰিবা নে Believe মোৰ এই কথাবোৰ
বিচাৰো মই তোমাকেই যে কাষত মোৰ
তথাপিও কিয় মোৰ আজি ভয় লাগে
তোমাকে দেখিলোঁ যেতিয়া সকলো মোৰ সলনি হল
মায়া লগা দুচকুতেই হঠাতে প্ৰেমৰ ৰচনা হল
কবলে বিচাৰো তোমাক নাই দেখা তোমাৰ দৰে কতো
কোন সৰগৰ পৰী হৈ আহিছে জীৱনত মোৰ ৰাখিব যতনে বিচাৰো
তথাপিও কিয় তোমাৰ কথা মনত পৰি থাকে (থাকে এ)
তথাপিও কিয় মনে আজি তোমাৰ কথাহি ভাবে (ভাবে এ)
(ভাবে এ)
সলনি হল সময় আৰু সলনি হলা তুমি (তুমি)
তথাপিও এই মোৰ মনে মাথো বিচাৰে তোমাকেই (তোমাকেই)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
x 2
যাযাবৰী এক ৰাস্তাতেই মই হাবাথুৰি খায় আছো (আছো ও)
নিজকে বুজাবলৈ অনেক চেষ্টা কৰিছোঁ (কৰিছোঁ ও)
তথাপিও পৰা নাই নিজকে বুজাবলে মই
তোমাতেই মোৰ জীৱন তোমাতেই মোৰ সকলো (সকলো ও)
কেতিয়ানো তুমি বুজিবা মোৰ এই মৰমবোৰো (বোৰো)
কেতিয়ানো তুমি বুজিবা মোৰ এই মৰমবোৰো
এবাৰ ঘূৰি চোৱা তোমাৰ বাবে আছো ৰৈ (ৰৈ আছো)
এবাৰ ঘূৰি চোৱানা তোমাৰ বাবে আছো ৰৈ (ৰৈ)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি (তুমি)
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe (Believe)
অ মোৰ জান তুমি
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe
অ মোৰ জান তুমি
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe
অ মোৰ জান তুমি
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe
অ মোৰ জান তুমি
ভাল-পাওঁ বুলি কলে কৰিবা নে Believe