app logo app logo Album Artist Genre Top Charts
Want the best yet!
Get the most in Baahi App

×
Share
Tumiyei, Listen the song  Tumiyei, Play the song  Tumiyei, Download the song  Tumiyei

Tumiyei


Tumiyei, Listen the song  Tumiyei, Play the song  Tumiyei, Download the song  Tumiyei

Tumiyei

About
Artist :Amar Sivam,Pallab Borax,Gyandeep Kalita,Kalyan Jyoti Deka
Genre :Romantic
4.04K Plays
Singer : Amar Sivam Music Producer : Pallab Borax Lyricist : Kalyan Jyoti Deka Composition : Gyandeep Kalita Mixed & Mastered : Amar Sivam Recorded at "DREAM STUDIOS" Goalpara
Copyright © Amar Sivam

Lyrics
নীলিম আকাশৰ সীমনাতে ৰাখিছো তোমাৰ ভাবনাকে জোনাকী নিশাৰ জোনাকতে ভাবিছো তোমাক দুবাহুতে নীলিম আকাশৰ সীমনাতে ৰাখিছো তোমাৰ ভাবনাকে জোনাকী নিশাৰ জোনাকতে ভাবিছো তোমাক দুবাহুতে বিলীন হলো মই তোমাতে সাঁচি থলো মোৰ বুকুতে এটি আশা মোৰ তুমি বাৰে বাৰে যোৱা চুমি ( ফাগুনৰ পছোৱাই দিলে তুমি অহা বাতৰি ) 2x ...Music... হিমচেঁচা পছোৱাই কয় তুমি মাথো মোৰে হয় এসাগৰ মৰমো বয় তুমি মাথো মোৰে হয় এটি সপোন মোৰ তুমি অধৰতে ৰাখিবা হাঁহি ( এধানি মৰমে দিলে তোমাৰে ঠিকনাটি ) 2x নীলিম আকাশৰ সীমনাতে ৰাখিছো তোমাৰ ভাবনাকে জোনাকী নিশাৰ জোনাকতে ভাবিছো তোমাক দুবাহুতে ( বিলীন হলো মই তোমাতে সাঁচি থলো মোৰ বুকুতে ) 2x
×